ETV Bharat / bharat

ভাৰত নেপাল সীমান্ত কালাপানীত উপস্হিত নেপালৰ সেনা প্ৰধান - ডাকুলা অঞ্চল

ভাৰত নেপাল সীমান্তৰ ডাৰকুলাৰ কালাপানীত নেপাৰ সেনা প্ৰধান উপস্হিত হৈ পৰ্যবেক্ষণ কৰে সীমান্ত । তাৰ পিছতে ভাৰতী SSB জোৱান সকল সষ্টম হৈ থাকিবলৈ হাই এৰ্লাট জাৰি ভাৰতৰ নিৰাপত্তা এজেন্সিৰ ।

ভাৰত চৰকাৰে চীনৰ বিৰুদ্ধে লোৱা স্থিতিৰ সমালোচনা প্ৰিয়ংকা গান্ধীৰ

author img

By

Published : Jun 18, 2020, 7:36 PM IST

নিউজ ডেস্ক,১৮ জুনঃ নেপাল চৰকাৰে কেইদিনমা পূৰ্বে সংসদত নিজ ৰাষ্ট্ৰৰ নতুনকৈ এখন মানচিত্র অনুমোদন জনাইছে। যত লিপুলেখ,কালাপানী আৰু লিমপ্ৰিয়াধোৰা অৰ্ন্তভুক্ত হৈ আছে নেপাল চৰকাৰে সেই অঞ্চল সমূহত অধিক সেনা মোতায়েন কৰিছে ভাৰত নেপাল সীমান্তত ।

ভাৰত চৰকাৰে চীনৰ বিৰুদ্ধে লোৱা স্থিতিৰ সমালোচনা প্ৰিয়ংকা গান্ধীৰ
ভাৰত চৰকাৰে চীনৰ বিৰুদ্ধে লোৱা স্থিতিৰ সমালোচনা প্ৰিয়ংকা গান্ধীৰ

ইপিনে বুধবাৰে নেপালৰ সেনা প্ৰধান পুৰান চন্দ্ৰ থাপা আৰু NAFৰ IG সৈল্যেন্দ্ৰ সোনালে পৰ্যবেক্ষণ কৰে ডাকুলাৰ কলাপানী সীমান্ত । আনহাতে সেনা প্ৰধানজনে পৰ্যবেক্ষণ কৰি যোৱাৰ পিছতেই NAFজোৱান সকলক মোতায়েন কৰা হয় ভাৰত নেপাল সীমান্ত অধিক পৰিমাণে।

আনহাতে নেপালৰ সেনা প্ৰধানে পৰ্যবেক্ষণ কৰি যোৱাৰ পিছতেই ভাৰতীয় নিৰাপত্তা এজেন্সিয়ে হাই এৰ্লাট জাৰি কৰিছে সীমান্তত আৰু SSB জোৱান সকলক সষ্টম হৈ থাকিবলৈ নিদের্শ প্ৰদান কৰিছে । লগতে আৰু SSB জোৱান কালাপানী সীমান্তলৈ প্ৰেৰণ কৰিছে ।

লগতে পঢকঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰঘুবংশ প্ৰসাদ সিঙৰ দেহত কোভিড-১৯ পজিটিভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.