ETV Bharat / bharat

কৰ'ণা ভাইৰাছৰ বাবে স্থগিত NEET পৰীক্ষা - NEET latest news

চলিত বৰ্ষৰ 3 মে'ত অনুষ্ঠিত হ'লহৈ নেট পৰীক্ষা ৷

NEET পৰীক্ষা
NEET পৰীক্ষা
author img

By

Published : Mar 27, 2020, 10:56 PM IST

নিউজ ডেস্ক, 27 মাৰ্চ : কৰ'ণা ভাইৰাছৰ বাবে স্থগিত হ'ল NEET পৰীক্ষা ৷ শুকুৰবাৰে ৰাষ্ট্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰে স্থগিত কৰে নেশ্যনেল এলিজিবিলিটি টেষ্ট (NEET) ৷ চলিত বৰ্ষৰ 3 মে'ত অনুষ্ঠিত হ'লহৈ নেট পৰীক্ষা ৷ লকডাউনৰ বাবে ৰাষ্ট্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰে নেট পৰীক্ষা স্থগিত কৰে বুলি ৰাষ্ট্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ এগৰাকী জেষ্ঠ বিষয়াই জানিবলৈ দিয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.