ETV Bharat / bharat

মহাজোঁট বন্ধনেৰে গোৱা নিৰ্বাচন খেলিব এনচিপিয়ে :পাৱাৰ

author img

By

Published : Jan 20, 2021, 9:30 PM IST

২০২২ ৰ গোৱা বিধান সভাত এমচিপি দলে আন দলৰ সৈতে জোঁট বন্ধনত নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি বুধবাৰে ঘোষণা কৰে এনচিপি দলৰ সভাপতি শৰদ পাৱাৰে ।

মহাজোঁট বন্ধনেৰে গোৱা নিৰ্বাচন খেলিব এনচিপিয়ে :পাৱাৰ
মহাজোঁট বন্ধনেৰে গোৱা নিৰ্বাচন খেলিব এনচিপিয়ে :পাৱাৰ

নিউজ ডেস্ক , ২০ জানুৱাৰী : নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ সভাপতি শৰদ পাৱাৰৰ বিশেষ ঘোষণা । আহি থকা ২০২২ ৰ গোৱা বিধান সভাত এমচিপি দলে আন দলৰ সৈতে জোঁট বন্ধনত নিৰ্বাচনত অৱতীৰ্ণ হ'ব । পানাজীত সংবাদ মাধ্য়মৰ আগত সভাপতি গৰাকীয়ে কয় যে বিজেপিৰ বিকল্প চৰকাৰ গঠনৰ বাবে তেওঁলোকৰ দলে কংগ্ৰেছ আৰু আন দলৰ লগত জোঁট বন্ধনেৰে নিৰ্বাচন খেলিব বিছাৰিছে । নেতাগৰাকীয়ে জনোৱা মতে ইতিমধ্য়ে জোটঁ বন্ধন আৰু আসন বুজাবুজিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনাও হব আৰু নিৰ্বাচনৰ তাৰিখৰ ৬মাহ আগতে এই আলোচনা কৰা হ'ব ।

লগতে পঢ়ক :পাৰ্থ দাসগুপ্তাৰ জামিন আবেদন নাকচ কৰিলে মুম্বাইৰ আদালতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.