ETV Bharat / bharat

নেশ্বনেল কনফাৰেন্সৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰিলে ফাৰুক আব্দুল্লাক

দেওবাৰে শ্ৰীনগৰত এক প্ৰতিনিধি দলে সাক্ষাৎ কৰে নেশ্বনেল কনফাৰেন্স দলৰ অধ্যক্ষ ফাৰুক আব্দুল্লাক ৷ দলটোৰ 15জনীয়া প্ৰতিনিধি দলে বিশেষ নিৰাপত্তাৰ মাজেৰে সাক্ষাৎ কৰে ফাৰুক আব্দুল্লাৰ লগতে ওমৰ আব্দুল্লাক ৷

author img

By

Published : Oct 6, 2019, 7:07 PM IST

প্ৰতিনিধি দলৰ সৈতে ফাৰুক আব্দুল্লা

নিউজ ডেস্ক, 6 অক্টোবৰঃ দেওবাৰে 15 জনীয়া এটা প্ৰতিনিধি দলে সাক্ষাৎ কৰে গৃহবন্দী হৈ থকা ফাৰুক আব্দুল্লাৰ লগতে ওমৰ আব্দুল্লাক ৷ নেশ্বনেল কনফাৰেন্স দলৰ প্ৰতিনিধি দলটোৱে বিশেষ নিৰাপত্তা বেষ্টনীৰ মাজেৰে শ্ৰীনগৰস্থিত আব্দুল্লাৰ বাসগৃহত সাক্ষাৎ কৰে দলটোৰ অধ্যক্ষগৰাকীৰ লগতে তেওঁৰ পুত্ৰক ৷

জম্মু-কাশ্মীৰৰ ৰাজ্যপাল সত্যপাল মালিকে অনুমতি প্ৰদানৰ প্ৰদান কৰাৰ পিছতে দেওবাৰে দলটোৱে সাক্ষাৎ কৰে ওমৰ আব্দুল্লাৰ লগতে ফাৰুক আব্দুল্লাক ৷ জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ পিচৰে পৰাই গৃহবন্দী হৈ আছে নেশ্বনেল কনফাৰেন্স দলৰ দুয়োগৰাকী শীৰ্ষ নেতা ৷ আগষ্ট মাহৰ 5 তাৰিখৰ পৰাই জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দুগৰাকীক গৃহবন্দী কৰি ৰাখিছে কেন্দ্ৰীয় চৰকাৰে ৷

অধিক পঢ়কঃ কাশ্মীৰৰ সমস্যাসমূহ চৰকাৰে যথেষ্ট সংবেদনশীলতাৰে সমাধান কৰিব লাগিব !

জম্মু-কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ মৰ্যাদা উঠাই লোৱাৰ পিচতে দলটোৰ দুয়োগৰাকী শীৰ্ষ নেতাক সাক্ষাৎ কৰিবলৈ দেশৰ বহুকেইটা ৰাজনৈতিক দলৰ প্ৰতিনিধি দলে আবেদন কৰিছিল ৷ কেন্দ্ৰীয় চৰকাৰে আটাইবোৰ আবেদন নাকচ কৰাৰ পিচতে জম্মু-কাশ্মীৰত প্ৰৱেশৰ ক্ষেত্ৰটো বাধা প্ৰদান কৰিছিল ৷ পৰৱৰ্তী সময়ত ওমৰ আব্দুল্লা, ফাৰুক আব্দুল্লাকে ধৰি মেহবুবা মুফটিক গৃহবন্দী কৰি ৰাখিছিল কেন্দ্ৰীয় চৰকাৰে ৷

অৱশেষত নেশ্বনেল কনফাৰেন্স দলৰ আবেদনৰ ভিত্তিত নেতাদুগৰাকীক সাক্ষাতৰ অনুমতি প্ৰদান কৰে ৰাজ্যপাল সত্যপাল মালিকে ৷ ৰাজ্যপালৰ অনুমতিৰ পিচতেই বিশেষ নিৰাপত্তা বেষ্টনীৰ মাজেৰে 15জনীয়া প্ৰতিনিধি দলটোৱে সাক্ষাৎ কৰে ওমৰ আব্দুল্লাৰ লগতে ফাৰুক আব্দুল্লাক ৷ এই সাক্ষাতৰ সময়ত প্ৰতিনিধি দলটোৱে অনুচ্ছেদ 370ৰ লগতে বহুকেইটা বিষয়ৰ ওপৰত আলোচনাত মিলিত হয় ৷

Intro:Body:

নেশ্বনেল কনফাৰেন্সৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰিলে ফাৰুক আব্দুল্লাক 

দেওবাৰে শ্ৰীনগৰত এক প্ৰতিনিধি দলে সাক্ষাৎ কৰে নেশ্বনেল কনফাৰেন্স দলৰ অধ্যক্ষ ফাৰুক আব্দুল্লাক ৷ দলটোৰ 15জনীয়া প্ৰতিনিধি দলে বিশেষ নিৰাপত্তাৰ মাজেৰে সাক্ষাৎ কৰে ফাৰুক আব্দুল্লাৰ লগতে ওমৰ আব্দুল্লাক ৷ 

নিউজ ডেস্ক, 6 অক্টোবৰঃ দেওবাৰে 15 জনীয়া এটা প্ৰতিনিধি দলে সাক্ষাৎ কৰে গৃহবন্দী হৈ থকা ফাৰুক আব্দুল্লাৰ লগতে ওমৰ আব্দুল্লাক ৷ নেশ্বনেল কনফাৰেন্স দলৰ প্ৰতিনিধি দলটোৱে বিশেষ নিৰাপত্তা বেষ্টনীৰ মাজেৰে শ্ৰীনগৰস্থিত আব্দুল্লাৰ বাসগৃহত সাক্ষাৎ কৰে দলটোৰ অধ্যক্ষগৰাকীৰ লগতে তেওঁৰ পুত্ৰক ৷ 

জম্মু-কাশ্মীৰৰ ৰাজ্যপাল সত্যপাল মালিকে অনুমতি প্ৰদানৰ প্ৰদান কৰাৰ পিছতে দেওবাৰে দলটোৱে সাক্ষাৎ কৰে ওমৰ আব্দুল্লাৰ লগতে ফাৰুক আব্দুল্লাক ৷  জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ পিচৰে পৰাই গৃহবন্দী হৈ আছে নেশ্বনেল কনফাৰেন্স দলৰ দুয়োগৰাকী শীৰ্ষ নেতা ৷ আগষ্ট মাহৰ 5 তাৰিখৰ পৰাই জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দুগৰাকীক গৃহবন্দী কৰি ৰাখিছে কেন্দ্ৰীয় চৰকাৰে ৷ 

জম্মু-কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ মৰ্যাদা উঠাই লোৱাৰ পিচতে দলটোৰ দুয়োগৰাকী শীৰ্ষ নেতাক সাক্ষাৎ কৰিবলৈ দেশৰ বহুকেইটা ৰাজনৈতিক দলৰ প্ৰতিনিধি দলে আবেদন কৰিছিল ৷ কেন্দ্ৰীয় চৰকাৰে আটাইবোৰ আবেদন নাকচ কৰাৰ পিচতে জম্মু-কাশ্মীৰত প্ৰৱেশৰ ক্ষেত্ৰটো বাধা প্ৰদান কৰিছিল ৷ পৰৱৰ্তী সময়ত ওমৰ আব্দুল্লা, ফাৰুক আব্দুল্লাকে ধৰি মেহবুবা মুফটিক গৃহবন্দী কৰি ৰাখিছিল কেন্দ্ৰীয় চৰকাৰে ৷ 

অৱশেষত নেশ্বনেল কনফাৰেন্স দলৰ আবেদনৰ ভিত্তিত নেতাদুগৰাকীক সাক্ষাতৰ অনুমতি প্ৰদান কৰে ৰাজ্যপাল সত্যপাল মালিকে ৷ ৰাজ্যপালৰ অনুমতিৰ পিচতেই বিশেষ নিৰাপত্তা বেষ্টনীৰ মাজেৰে 15জনীয়া প্ৰতিনিধি দলটোৱে সাক্ষাৎ কৰে ওমৰ আব্দুল্লাৰ লগতে ফাৰুক আব্দুল্লাক ৷ এই সাক্ষাতৰ সময়ত প্ৰতিনিধি দলটোৱে অনুচ্ছেদ 370ৰ লগতে বহুকেইটা বিষয়ৰ ওপৰত আলোচনাত মিলিত হয় ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.