ETV Bharat / bharat

স্বাধীনতাৰ এশ বছৰ পূৰ্তিত ভাৰত হৈ পৰিব বিশ্বগুৰুঃ ৰাম মাধৱ

ভাৰতক বিশ্বগুৰু হোৱাত কোনেও বাধা দিব নোৱাৰে ৷ ৰাষ্ট্ৰীয়তাবাদ বিজেপিৰ ডি এন এ আৰু ইয়াৰ সহায়তে ভাৰত বিশ্বগুৰুত পৰিণত হ'ব ৷ ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত এক সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে ৷

author img

By

Published : Jun 8, 2019, 4:18 PM IST

ৰাম মাধৱ

নিউজ ডেস্ক, 8 জুনঃ ৰাষ্ট্ৰীয়তাবাদ হৈছে বিজেপিৰ মুল চালিকা শক্তি, ডি এন এ আৰু ইয়াৰ দ্বাৰাই ভাৰত এদিন বিশ্বগুৰুত পৰিনত হ'ব ৷ ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত এক সভাত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে ৷

ৰাম মাধৱ

লগতে পঢ়কঃ সেনাত যোগদান কৰিলে 382 গৰাকী বিষয়াই

"অহা 2047 চনত দেশে স্বাধীনতাৰ এশ বছৰ পূৰ্ণ কৰিব তেতিয়াই ভাৰত বিশ্বগুৰুত পৰিণত হ'ব ৷ ৰাষ্ট্ৰীয়তাবাদৰ মুল মন্ত্ৰৰে পৰিচালিত বিজেপিয়ে এখন নৱ দেশৰ জনতাক এখন নৱ ভাৰত উপহাৰ হিচাপে দিব ৷ ভাৰতৰ বৰ্তমান হৈছে নৰেন্দ্ৰ মোডী নেতৃত্বধীন বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ আৰু এইখন চৰকাৰেই হৈছে ভাৰতৰ ভৱিষ্যত ৷ 2022ৰ ভিতৰত দেশবাসীয়ে নৱ ভাৰত লাভ কৰিব আৰু নৱ ভাৰতত নাথাকিব কোনোধৰণ দৰিদ্ৰতা, গৃহহীনতা আৰু নিবনুৱা সমস্যা ৷" ত্ৰিপুৰাত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে ৷

Agartala (Tripura), June 08 (ANI): "Nationalism is in the DNA of Bharatiya Janata Party (BJP)," the party's National General Secretary Ram Madhav said while predicting that in 2047 when India celebrates the centenary of independence, the country will stand as a 'VishwaGuru'. While addressing a rally in Tripura's Agartala on Friday, Ram Madhav said, "Nationalism is in the DNA of BJP, it is BJP's identity. Whether elections are going on or not, BJP means nationalism, nationalism means BJP." He went on to say that BJP led by Prime Minister Narendra Modi, who recently took oath for a second term in power, is the present and the future of India. "Modi ji's BJP is the present of this country, the future will also be Modi ji's BJP. In 2022, we will make a new India where there will be no homelessness, joblessness will end. In 2047 on the centenary of independence, India will stand as a 'vishwa guru'" Madhav said. Hundreds of BJP supporters and leaders took part in a rally that was held in Agartala as they celebrated the victory of the BJP candidates in both the parliamentary constituencies of the state.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.