নিউজ ডেস্ক,১৯ জুনঃ NASA ৰ সহযোগী ইউৰোপীয়ান এজেন্সি ESA আৰু জাপানৰ JAXA ঐক্যবদ্ধ হৈ কোভিড ১৯ ৰ প্ৰভাৱ দূৰীকৰণৰ প্ৰয়াস কৰিব । সংস্হা কেইটাই বিশ্বজুৰি মহামাৰি সৃষ্টি কৰা ক'ৰণা ভাইৰাছৰ ফলত পৰিবেশ,সামাজিক,অথনৈতক কাৰ্যপ্ৰণালী প্ৰকাশ কৰিব ২৫ জুন বৃহস্পতিবাৰে,NASA জানিবলৈ দিয়ে।
![NASA আৰু ESA, JAXA মহাকাশ গবেষণা প্ৰতিষ্ঠানৰ কোভিড -১৯ পৰিস্হিতি পযবেক্ষন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08:35:26:1592579126_7684571_738_7684571_1592573678832.png)
লগতে চাওকঃ দেশৰ অন্যান্য প্ৰান্তৰ লগতে লামডিঙতো চীনৰ বিৰুদ্ধে প্ৰতিবাদ