ETV Bharat / bharat

বিদ্ৰোহী সংগঠনৰ সদস্যৰ আত্মীয়ৰ তথ্য বিচাৰিলে নাগালেণ্ড চৰকাৰে - নাগালেণ্ডৰ মুখ্য সচিব

নাগালেণ্ড চৰকাৰে ৰাজ্যখনৰ সকলো চৰকাৰী কৰ্মচাৰীক এমাহৰ ভিতৰত বিশেষ ঘোষণা পত্ৰ প্ৰস্তুত কৰাৰ বাবে নিৰ্দেশ দিয়ে । যি ঘোষণা পত্ৰ‌ই বিদ্ৰোহী সংগঠনৰ লগত জড়িত সদস্য সকল বা তেওঁলোকৰ আত্মীয়ৰ বিৱৰণ দিব ।

nagaland-govt-orders-employees-furnish-details-of-underground-family-members

author img

By

Published : Jul 11, 2020, 12:31 AM IST

নিউজ ডেস্ক, ১০ জুলাই : নাগালেণ্ড চৰকাৰে ৰাজ্যখনৰ সকলো চৰকাৰী কৰ্মচাৰীক এমাহৰ ভিতৰত বিশেষ ঘোষণা পত্ৰ প্ৰস্তুত কৰাৰ বাবে নিৰ্দেশ দিয়ে । যি ঘোষণা পত্ৰ‌ই বিদ্ৰোহী সংগঠনৰ লগত জড়িত সদস্য সকল বা তেওঁলোকৰ আত্মীয়ৰ বিৱৰণ দিব । এই ঘোষণা পত্ৰ‌ই এই কথাৰো সংকেত দিয়ে যে চৰকাৰ আৰু বিদ্ৰোহী সংগঠনৰ মাজত চলি থকা নগা বাৰ্তাৰ প্ৰক্ৰিয়াৰ এতিয়া গতিৰোধৰ স্থিতিৰ পৰা আগবাঢ়িছে ।

উল্লেখ্য যে, ৭ জুলাই ২০২০ ত এক গোপনীয় বিভাগীয় জাননী যোগে এই তথ্য বিচৰা হৈছিল । এই ঘোষণা পত্ৰ নাগালেণ্ডৰ মুখ্য সচিবৰ দ্বাৰা সকলো বিভাগলৈ প্ৰেৰণ কৰা হৈছে । এই ঘোষণা পত্ৰ জমা কৰাৰ অন্তিম তাৰিখ ৭ আগষ্ট ২০২০ লৈকে নিৰ্ধাৰণ কৰা হৈছে ।

লগতে পঢ়ক : উত্তৰ প্ৰদেশক 'অপৰাধ প্ৰদেশ' আখ্যা কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.