নিউজডেস্ক,16এপ্ৰিলঃ সোমবাৰে ভাৰতীয় গৃহ মন্ত্ৰণালয়ে ভাৰত চৰকাৰ আৰু নেশ্যনেল ছ'চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড চমুকৈ এন এছ চি এনৰ যুদ্ধবিৰতিৰ ম্যাদ বৃদ্ধিৰ কথা ঘোষণা কৰে ৷ সেই মৰ্মে ভাৰত চৰকাৰ আৰু এন এছ চি এন (কে), এন এছ চি এন (আৰ)ৰ মাজত হোৱা এই যুদ্ধবিৰতিৰ ম্যাদ 28 এপ্ৰিল 2019 পৰা 2020ৰ 27 এপ্ৰিললৈ তথা এবছৰৰ বাবে বৃদ্ধি কৰা হৈছে ৷ উল্লেখ্য যে 15 এপ্ৰিল 2019ত ভাৰত চৰকাৰৰ হৈ গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গ আৰু সংগঠন দুটাৰ প্ৰতিনিধিৰ মাজত স্বাক্ষৰিত হয় এই চুক্তি৷ আনহাতে এন এছ চি এন (খাপলাং) আৰু চৰকাৰৰ মাজত নতুন চুক্তি স্বাক্ষৰিত হয় ৷ যি স্বাক্ষৰিত হোৱা চুক্তি অনুসৰি এবছৰলৈ বৃদ্ধি কৰা হয় যুদ্ধবিৰতিৰ চুক্তি ৷
এবছৰলৈ বৃদ্ধি হ'ল চৰকাৰ আৰু এন এছ চি এনৰ মাজৰ যুদ্ধ বিৰতিৰ চুক্তি - যুদ্ধ বিৰতিৰ চুক্তি
সোমবাৰে ভাৰত চৰকাৰ আৰু নেশ্যনেল ছ'চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড চমুকৈ এন এছ চি এনৰ যুদ্ধবিৰতিৰ ম্যাদ এবছৰলৈ বৃদ্ধিৰ এক চুক্তি স্বাক্ষৰিত হয়