ETV Bharat / bharat

কৃষক দিৱসৰ দিনাই অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত দেশৰ কৃষকৰ

author img

By

Published : Dec 23, 2020, 7:56 PM IST

ৰাষ্ট্ৰীয় কৃষক দিৱসৰ দিনাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে দেশৰ কৃষক সকলে ৷ কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা তিনিখন কৃষি আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে কৃষক সকলে ৷

MOVEMENT OF FARMERS ON SINGHU BORDER CONTINUES DEMAND TO REPEAL ANTI FARMER LAW
কৃষক দিৱসৰ দিনাই অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত দেশৰ কৃষকৰ

নিউজ ডেস্ক, 23 ডিচেম্বৰ : ৰাষ্ট্ৰীয় কৃষক দিৱসৰ দিনাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে দেশৰ কৃষক সকলে ৷ কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা তিনিখন কৃষি আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে কৃষক সকলে ৷

উল্লেখ্য় যে, কৃষি আইনৰ বিৰোধিতাৰে দিল্লীৰ সিংঘু বৰ্ডাৰত 6 ডিচেম্বৰৰ পৰা কৃষকৰ প্ৰতিবাদ অব্যাহত আছে ৷ প্ৰতিবাদকাৰীয়ে কৃষকৰ অধিকাৰ আৰু বজাৰ খৰ্ব কৰিব বিচৰা আইন কেইখন বাতিলৰ দাবী জনাইছে ৷ অন্যথা প্ৰতিবাদ অব্য়াহত থাকিব বুলি জানিব দিয়ে ৷

লগতে পঢ়ক : অসমৰ পৰ্যটন ক্ষেত্ৰলৈ নতুন সংযোজন ঘটাই সাজু ব্ৰহ্মপুত্ৰৰ মুকুতা

বুধবাৰে ইটিভি ভাৰতে সিংঘু বৰ্ডাৰত প্ৰতিবাদ সাব্যস্ত কৰা কৃষকৰ সৈতে কৰা বাৰ্তালাপত কৃষক সকলে জানিব দিয়ে যে, চৰকাৰে কৃষকৰ মনৰ অৱস্থা বুজিবলৈ চেষ্টা কৰা নায় ৷ যদি চৰকাৰে পৰৱৰ্তী সময়ত আমাৰ দাবী মানি নলয় তেতিয়াহলে কৃষি আইন বাতিল নোহোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব ৷

প্ৰতিবাদকাৰীয়ে আকৌ জনাই যে, মোগলে দেশৰ কৃষক সকলৰ ওপৰত অত্যাচাৰ চলাইছিল, তাৰ পিচত ইংৰাজসকলে কৃষকৰ ওপৰত অত্যাচাৰ চলাইছিল ৷ শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন চৰকাৰখনে কৃষকৰ ওপৰত অত্যাচাৰ চলোৱা বুলি অভিযোগ প্ৰদান কৰিছে কৃষক সকলে ৷

লগতে পঢ়ক : কংগ্ৰেছৰ পৰা পদত্যাগ অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক পলাশ তামুলীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.