ETV Bharat / bharat

লক ডাউনৰ পাছত পুনৰ চাকৰি ঘূৰাই পোৱাৰ আশা ৭৩ শতাংশ ভাৰতীয়ৰ

author img

By

Published : Jun 8, 2020, 1:25 AM IST

IPSOS নামৰ সংস্থাটোৱে বিশ্বজুৰি চলোৱা সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য ।

Most urban Indians hopeful of jobs return post lockdown: Survey

নতুন দিল্লী, ৭ জুন: দেশৰ পৰা লক ডাউনৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ পাছত অধিকাংশ ভাৰতীয়ই পুনৰ যোগদান কৰিব পাৰিব এই সময়ত হেৰুওৱা চাকৰিত । এক সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য ।

Most urban Indians hopeful of jobs return post lockdown: Survey
লক ডাউনৰ পাছত পুনৰ চাকৰি ঘূৰাই পোৱাৰ আশা ৭৩ শতাংশ ভাৰতীয়ৰ

IPSOS নাম সংস্থাটোৱে বিশ্বজুৰি চলোৱা সমীক্ষাত অধিকাংশ ভাৰতীয়ই লক ডাউনৰ পাছত পুনৰ হেৰুওৱা চাকৰিত যোগদান কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছিল । সমীক্ষাত প্ৰায় ৭৩ শতাংশ ভাৰতীয়ই পুনৰ যোগদান কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছিল । আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া আৰু ব্ৰাজিলৰ লোকে মেৰুকৃত দৃষ্টিভঙ্গী প্রদৰ্শন কৰিছিল ।

লক ডাউনৰ পাছত পুনৰ চাকৰি ঘূৰাই পোৱাৰ ক্ষেত্ৰত আটাইতকৈ নিৰাশজনক ভূমিকা গ্ৰহণ কৰিছিল ফ্ৰান্সে । ফ্ৰান্সৰ ৬৯ শতাংশই পুনৰ চাকৰি ঘূৰাই পোৱাৰ ক্ষেত্ৰত সন্দেহ প্ৰকাশ কৰিছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.