ETV Bharat / bharat

জম্মু-কাশ্মীৰত নিৰীক্ষণ সহজ হৈ পৰিছে,সেনা প্ৰধান বিপিন ৰাৱট - জম্মু-কাশ্মীৰত নিৰীক্ষণ সহজ হৈ পৰিছে,সেনা প্ৰধান বিপিন ৰাৱট

জম্মু-কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰাৰ পাচত ইয়াত নিৰীক্ষণ প্ৰক্ৰিয়া সেনাৰ বাবে সহজ হৈ পৰিছে ৷ এই মন্তব্য সেনা প্ৰধান বিপিন ৰাৱটৰ ৷

সেনা প্ৰধান বিপিন ৰাৱট
author img

By

Published : Nov 6, 2019, 9:32 AM IST

নেশ্যনেল ডেস্ক, 6 নৱেম্বৰ : ভাৰতীয় স্থলসেনা প্ৰধান বিপিন ৰাৱটে জম্মু-কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰা সম্পৰ্কত মন্তব্য আগবঢ়াইছে ৷ তেওঁ কয়, "কাশ্মীৰ উপত্যকাত সকলোৱে একগোট হৈ কাম কৰিছে ৷ সেনাই পৃথকে কাম নকৰে ৷ সেনাই কেন্দ্ৰীয় আৰক্ষীৰ লগতে ৰাজ্যিক আৰক্ষীৰ সৈতে একেলগে কাম কৰিব ৷ BDC আৰু গাঁৱৰ মুৰব্বী পৰ্যায়ৰ নিৰ্বাচনতে এয়া দেখিবলৈ পোৱা গৈছিল ৷"

সেনা প্ৰধান বিপিন ৰাৱটৰ মন্তব্য

সংবাদ মাধ্যমৰ আগত ৰাৱটে কয়, "কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষিত হোৱাৰ পাচত জম্মু-কাশ্মীৰ পোনপটীয়াকৈ কেন্দ্ৰৰ অধীনত অহা বাবে সেই স্থানত সেনা বাহিনীৰ সকলো ধৰণৰ নিৰীক্ষণ সুবিধাজনক হৈ পৰিছে ৷" উল্লেখ্য যে,সেনা প্ৰধানগৰাকীয়ে নৱেম্বৰৰ 5 তাৰিখে ৰাষ্ট্ৰীয় সংহতি ভ্ৰমণৰ (National Integration Tour) অধীনত ৰাজৌৰি আৰু ৰিয়াছি অঞ্চলৰ মৌলবী,গ্ৰন্থী আৰু পণ্ডিতসকলৰ এটা দলৰ সৈতে মিলিত হয় ৷

লগতে চাওক-ৰাজ্যৰ কৃষি খণ্ডক ত্বৰান্বিত কৰিবলৈ বিশেষ ব্যৱস্থা মন্ত্ৰী অতুল বৰাৰ

New Delhi, Nov 06 (ANI): Indian Army Chief General Bipin Rawat asserted that as Jammu and Kashmir became a Union Territory, it will be easier to monitor activities in the region. "In the Kashmir valley, everybody is working together, Army does not work in isolation. Army is working along with the other central police forces that are there, the state police forces. Now if you see the BDC and Sarpanch elections have been held. So, we are working with everybody together," General Rawat told media. "Now what will happen is the monitoring of activities I am sure will be carried out in a better manner because they have come directly under the Centre becoming a Union Territory," he added. The Army Chief on November 05 met a group of maulvis, granthis and pundits from Rajouri and Reasi region as part of a national integration tour.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.