নিউজ ডেস্ক, 24 এপ্ৰিলঃ বলীউডৰ অভিনেতা অক্ষয় কুমাৰৰ লগত এক আছুতীয়া ৰূপত দেখা গ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৷ ৰাজনৈতিক দিশৰ পৰা ফালৰি কাটি সম্পূৰ্ণ স্বতঃস্ফূত ভাৱে মনৰ কথা কলে প্ৰধানমন্ত্ৰীয়ে ৷
এখন মধ্যবিত্ত ঘৰৰ পৰা কিদৰে দখল কৰিলে দেশৰ শাসনৰ বাঘজৰী?
সন্ন্যাসী হোৱাৰ হেঁপাহ পুহি ৰখা মোডীয়ে কিয় খোজ পেলালে ৰাজনীতিৰ পথাৰত ?
কি খায় ভাল পায় প্ৰধানমন্ত্ৰীগৰাকীয়ে ?
ৰাজনীতি বা বহিৰাগত কথাত খঙ উঠেনে মোডীৰ ?
বিৰোধীৰ লগত তেওঁৰ সম্পৰ্ক কেনেধৰণৰ ?
অভিনেতাগৰাকীৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত মোডীয়ে প্ৰকাশ কৰিলে সকলো কথা৷ চাওক এই আছুতীয়া সাক্ষাৎকাৰৰ কিয়দাংশ ৷