নিউজ ডেস্ক, ৭ জুন : লক্ ডাউনৰ মাজতে দেওঁবাৰে এম এম এ ৰ যোদ্ধা কনক ম্যাকগ্ৰিগ্ৰোৰে যুদ্ধৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে । এক টুইটযোগে ঘোষণা কৰিলে এই কথা ।
এক বিশেষ সূত্ৰৰ পৰা গম পোৱা অনুসৰি, বিগত বৰ্ষৰ মাৰ্চ মাহতো যোদ্ধা গৰাকীয়ে অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল ।
ইয়াৰ লগতে তেওঁ আকৌ কয় যে, তেওঁ সকলো ধৰ্মৰ লোকৰ লগতে সমভাবে আগবাঢ়ি যাব বিচাৰে । ভেদাভেদ পাহৰি সকলোৱে এক হৈ জীয়াই থকাত বিশ্বাসী যোদ্ধা গৰাকী ।
উল্লেখযোগ্য যে, জানুৱাৰীত যোদ্ধা গৰাকীয়ে আল্টিমেট ফ্ৰাইটিং চেলেঞ্চত ৪০ চেকেণ্ডৰ বাবে জয়লাভ কৰিছিল ।
লগতে পঢ়ক : অভিনেতা চনু চুডলৈ ধন্যবাদ জ্ঞাপন উত্তৰাখণ্ডৰ প্ৰধানমন্ত্ৰী ত্ৰীৱেন্দ্ৰ সিং ৰাৱাটৰ