ETV Bharat / bharat

নাবালিকাৰ দলবদ্ধ ধৰ্ষণ : ত্ৰিপুৰা আৰক্ষীৰ জালত 6 অভিযুক্ত - নাবালিকা

ত্ৰিপুৰাৰ খাছিয়ামংগল এলেকাত যোৱা 21 জুলাইত এখন বাহনত দলবদ্ধ ধৰ্ষণৰ বলি এগৰাকী নাবালিকা ৷

Minor raped by men
নাবালিকাক দলবদ্ধ ধৰ্ষণ
author img

By

Published : Jul 29, 2020, 8:13 AM IST

Updated : Jul 29, 2020, 8:54 AM IST

নিউজে ডেস্ক, 29 জুলাই : ত্ৰিপুৰাত সংঘটিত হৈছে এক জঘন্য দলবদ্ধ ধৰ্ষণৰ ঘটনা ৷ ত্ৰিপুৰাৰ খাছিয়ামংগল এলেকাত 21 জুলাই তাৰিখে এগৰাকী নাবালিকা দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল ৷

তথ্য অনুসৰি, বন্ধুক লগ ধৰি ঘৰলৈ উভটি আহিছিল নাবালিকা গৰাকী ৷ পথতে এখন বাহনত অহা কেইজনমান লোকে ঘৰত থৈ অহাৰ প্ৰতিশ্ৰুতি দি বাহনত তুলি লয় নাবালিকাগৰাকীক ৷ কিন্তু ঘৰলৈ নিয়াৰ বিপৰীতে বাহনৰ ভিতৰতে নাবালিকাগৰাকীক উপৰ্যুপৰি যৌন উৎপীড়ন চলায় দলটোৱে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে 6 জনক আটক কৰা বুলি সদৰি কৰে খোৱাইৰ আৰক্ষী অধীক্ষক কিৰণ কুমাৰ কেই ৷

লগতে পঢ়ক : ভৱিষ্যতৰ চিন্তা : বৰষুণৰ পানী সংৰক্ষণ কৰা হাৰিয়ানাৰ ভিদুকী গাঁওখন

Last Updated : Jul 29, 2020, 8:54 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.