ETV Bharat / bharat

স্বাস্থ্যকৰ্মী সকলক যাৱতীয় নিৰাপত্তা প্ৰদানৰ নিৰ্দেশ গৃহ মন্ত্ৰণালয়ৰ

শেহতীয়াকৈ দেশৰ কেইবাটাও প্ৰান্তত COVID-19ত আক্ৰান্ত লোকে চিকিৎসক তথা চিকিৎসা কৰ্মী সকলক উৎপীড়ন চলোৱা পৰিলক্ষিত হৈছিল । যাৰ বাবে চিকিৎসক তথা চিকিৎসা কৰ্মীসকলৰ বাবে যাৱতীয় নিৰাপত্তা গ্ৰহণৰ নিৰ্দেশনা প্ৰদান কৰে গৃহ মন্ত্ৰণালয়ে ।

author img

By

Published : Apr 11, 2020, 10:01 PM IST

MINISTRY OF HOME AFFAIRS'S INTERNAL SECURITY DIVISION

নিউজ ডেস্ক, 11 এপ্ৰিলঃ গৃহ মন্ত্ৰণালয়ৰ দ্বাৰা শনিবাৰে সকলো ৰাজ্যৰে চৰকাৰ তথা প্ৰশাসনলৈ এক নিৰ্দেশনা জাৰি কৰা হয় । নিৰ্দেশনা অনুসৰি চিকিৎসক তথা চিকিৎসা কৰ্মীসকলৰ বাবে আৰক্ষীয়ে যাৱতীয় নিৰাপত্তা গ্ৰহণ কৰিব লাগে । কিয়নো শেহতীয়াকৈ দেশৰ কেইবাটাও প্ৰান্তত COVID-19ত আক্ৰান্ত লোকে চিকিৎসক তথা চিকিৎসা কৰ্মী সকলক উৎপীড়ন চলোৱা পৰিলক্ষিত হৈছিল । সেয়েহে চিকিৎসা কৰ্মী সকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ প্ৰদান কৰে গৃহ মন্ত্ৰণালয়ে ।

লগতে পঢ়কঃ 30 এপ্ৰিললৈ বৃদ্ধি হ'ব লকডাউন : বিশেষ সূত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.