ETV Bharat / bharat

১০ বছৰ ধৰি অন্ধকাৰ কোঠাত আবদ্ধ মানসিকভাবে বিকাৰগস্ত ৰোগী - মানসিক ভাৰসাম্য হেৰুওৱাই পেলাই

বেলগাঁও জিলাৰ বাইলহংগাল পঞ্চায়তৰ অন্তৰ্গত হান্নিকেৰি গাঁৱত বিগত ১০ বছৰে এজন মানসিকভাবে বিকাৰগস্ত ব্যক্তিক আবদ্ধ কৰি ৰখা হৈছে । বিনা কাৰণতে মানুহক শিল বা অন্য চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ বাবে পৰিয়ালৰ লোকে এটা জৰাজীৰ্ণ ঘৰত বিগত ১০ বছৰৰ পৰা আবদ্ধ কৰি ৰাখিছে ।

mentally-ill-man-chained-in-house-for-10-years

author img

By

Published : Jun 25, 2020, 5:29 PM IST

নিউজ ডেস্ক, ২৫ জুন : কৰ্ণাটকৰ বেলগাঁও জিলাৰ বাইলহংগাল পঞ্চায়তৰ অন্তৰ্গত হান্নিকেৰি গাঁৱত বিগত ১০ বছৰে এজন মানসিকভাবে বিকাৰগস্ত ব্যক্তিক আবদ্ধ কৰি ৰখা হৈছে ।

পৰিয়ালৰ লোকে জনোৱা অনুসৰি, বিনা কাৰণতে মানুহক শিল বা অন্য চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ বাবে পৰিয়ালৰ লোকে এটা জৰাজীৰ্ণ ঘৰত বিগত ১০ বছৰৰ পৰা আবদ্ধ কৰি ৰাখিছে । ব্যক্তিজনক এটা অন্ধকাৰ কোঠাত আবদ্ধ কৰি ৰাখিছে য'ত বিগত ১০ বছৰৰ পৰা ব্যক্তিজনক কোনো ধৰণৰ চিকিৎসা প্ৰদান কৰা হোৱা নাই ।

mentally-ill-man-chained-in-house-for-10-years
১০ বছৰ ধৰি অন্ধকাৰ কোঠাত আবদ্ধ মানসিকভাবে বিকাৰগস্থ ৰোগী

ব্যক্তি গৰাকীৰ মাতৃয়ে জনোৱা অনুসৰি, ১০ বছৰ পূৰ্বে তেওঁ এখন হোটেলত কাম কৰিছিল আৰু কামৰ পৰা উভতি অহাৰ পিচত তেওঁৰ স্বাস্থ্যৰ লাহে-লাহে অৱনতি ঘটিবলৈ ধৰে আৰু ব্যক্তিজনে মানসিক ভাৰসাম্য হেৰুৱাই পেলাই । যাৰবাবে বৰ্তমান পৰিয়ালৰ লোক অধিক চিন্তিত হৈ পৰিছে ।

লগতে পঢ়ক : কলা শাখাত সপ্তম স্থান দখলেৰে কলিয়াবৰলৈ গৌৰৱ কঢ়িয়ালে প্ৰিয়াংশী গোস্বামীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.