ETV Bharat / bharat

অযোধ্যাৰ এজন ১২ বছৰীয়া কিশোৰৰ আশ্বৰ্যকৰ প্ৰতিভা

author img

By

Published : Jul 10, 2019, 1:50 PM IST

১২ বছৰীয়া কিশোৰজনে "আজ কা অভিমন্যু "ছদ্ম নামত লিখি উলিয়াইছে প্ৰায় ১৩৫ খন  গ্ৰন্থ

অযোধ্যাৰ এজন ১২ বছৰীয়া কিশোৰৰ আশ্বৰ্যকৰ প্ৰতিভা

নিউজ ডেক্স,১০ জুলাইঃ অযোধ্যাৰ এজন ১২ বছৰীয়া কিশোৰৰ আশ্বৰ্যকৰ প্ৰতিভাই বিস্মিত কৰি তুলিছে সকলোকে। এতিয়ালৈকে প্ৰায় ১৩৫ খন কিতাপ লিখা কিশোৰজনে মুঠ ৪টা বিশ্ব ৰেৰ্কড গঢ়িবলৈ সক্ষম হৈছে।

etv_bharat_assam

এই বিশেষ গুণৰ অধিকাৰী কিশোৰজনে 'আজ কা অভিমন্যু' ছদ্ম নামেৰে লিখি উলিয়াই এই সকলোবোৰ কিতাপ। প্ৰকৃততে এই কিশোৰজনৰ নাম মৃগেন্দ্ৰ ৰাজ ।জানিব পৰা মতে, কিশোৰজনে ৬ বছৰ বয়সৰ পৰাই কিতাপ লিখিবলৈ আৰম্ভ কৰে। মৃগেন্দ্ৰ ৰাজৰ প্ৰথমখন কিতাপ আছিল এখন কবিতা সংকলন। তাৰ পাছতে ধৰ্মীয় আৰু সফল ব্যক্তিৰ জীৱনীমূলক গ্ৰন্থ লিখিবলৈ আৰম্ভ কৰে কিশোৰজনে। কিশোৰজনে জনোৱা মতে, তেওঁ ৰামায়ণৰ ৫১ টা চৰিত্ৰৰ ওপৰত বিশ্লেষণ আগবঢ়াই লিখা গ্ৰন্থৰ বাবে লণ্ডনৰ ৱৰ্ল্ড ইউনিভাৰ্চিটীৰ অফ ৰেকৰ্ডৰ পৰা ডক্টৰেট ডিগ্ৰীৰ বাবে প্ৰস্তাৱো পাইছে । তেওঁ লগতে জনাই যে,ভৱিষ্যতেও এনেদৰে বিভিন্ন বিষয়ৰ ওপৰত তেওঁ কিতাপ লিখি যাব ।উল্লেখ্য যে, মৃগেন্দ্ৰ ৰাজৰ পিতৃ এটা ৰাজ্যিক কুঁহিয়াৰ ইণ্ডাষ্ট্ৰীত কৰ্মৰত হোৱাৰ লগতে মাতৃয়ে এখন ব্যক্তিগত শিক্ষানুষ্ঠানত শিক্ষকতা কৰে ।

১২ বছৰীয়া কিশোৰজনে "আজ কা অভিমন্যু " ছদ্ম নামত লিখি উলিয়াইছে প্ৰায় ১৩৫ খন  গ্ৰন্থ ।

নিউজ ডেক্স,১০ জুলাইঃ অযোধ্যাৰ এজন ১২ বছৰীয়া কিশোৰৰ আশ্বৰ্যকৰ প্ৰতিভাই বিস্মিত কৰি তুলিছে সকলোকে । এতিয়ালৈকে প্ৰায় ১৩৫ খন কিতাপ লিখা কিশোৰজনে মুঠ ৪টা বিশ্ব ৰেৰ্কড গঢ়িবলৈ সক্ষম হৈছে ।

এই বিশেষ গুণৰ অধিকাৰী কিশোৰজনে আজ কা অভিমন্যু ছদ্ম নামেৰে লিখি উলিয়াই এই সকলোবোৰ কিতাপ । প্ৰকৃততে এই কিশোৰজনৰ নাম মৃগেন্দ্ৰ ৰাজ ।জানিব পৰা মতে, কিশোৰজনে ৬ বছৰ বয়সৰ পৰাই কিতাপ লিখিবলৈ আৰম্ভ কৰে ।  মৃগেন্দ্ৰ ৰাজৰ প্ৰথমখন কিতাপ আছিল এখন কবিতা সংকলন । তাৰ পাছতে ধৰ্মীয় আৰু সফল ব্যক্তিৰ জীৱনীমূলক গ্ৰন্থ লিখিবলৈ আৰম্ভ কৰে কিশোৰজনে ।কিশোৰজনে জনোৱা মতে, তেঁও ৰামায়ণৰ ৫১ টা চৰিত্ৰৰ ওপৰত বিশ্লেষণ আগবঢ়াই লিখা গ্ৰন্থৰ বাবে লণ্ডনৰ ৱল্ডৰ্ ইউনিভাৰ্চিটীৰ অফ ৰেকৰ্ডৰ পৰা ডক্টৰেট ডিগ্ৰীৰ বাবে প্ৰস্তাৱো পাইছে । তেঁও লগতে জনাই যে, ভৱিষ্যতেও এনেদৰে বিভিন্ন বিষয়ৰ ওপৰত তেঁও কিতাপ লিখি যাব ।উল্লেখ্য যে, মৃগেন্দ্ৰ ৰাজৰ পিতৃ ৰাজ্যিক কুঁহিয়াৰ ইণ্ডাষ্ট্ৰীত কৰ্মৰত হোৱাৰ লগতে মাতৃয়ে এখন ব্যক্তিগত শিক্ষানুষ্ঠানত শিক্ষকতা কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.