ETV Bharat / bharat

পাতাল কন্যা জামাতিয়া আৰু মতিউৰ ৰহমানৰে আছুতীয়া সাক্ষাৎকাৰ - ইটিভি ভাৰত

নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত মন্তব্য আগবঢ়াই ত্ৰিপুৰা পিপলছ ফ্ৰন্টৰ প্ৰতিস্থাপক সভাপতি পাতাল কন্যা জামাতিয়া আৰু অসম সন্মিলিত মহা সংঘৰ বৰ্তমানৰ সভাপতি মতিউৰ ৰহমানে ৷ ইটিভি ভাৰতৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ প্ৰদান কৰে দুয়োগৰাকী বিশিষ্ট অতিথিয়ে ৷

নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত মন্তব্য
জামাতিয়া আৰু মতিউৰ ৰহমানৰ আছুতীয়া সাক্ষাৎকাৰ
author img

By

Published : Dec 18, 2019, 11:30 PM IST

নেশ্যনেল ডেস্ক, 18 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত উপস্থিত থাকে দুগৰাকী বিশিষ্ট সদস্য ৷ তেওঁলোক হৈছে ত্ৰিপুৰা পিপলছ ফ্ৰন্টৰ প্ৰতিস্থাপক সভাপতি পাতাল কন্যা জামাতিয়া আৰু অসম সন্মিলিত মহা সংঘৰ বৰ্তমানৰ সভাপতি মতিউৰ ৰহমান ৷

মতিউৰ ৰহমানৰ সাক্ষাৎকাৰ

পাতাল কন্যা জামাতিয়াই কয় যে,ত্ৰিপুৰাৰ বৰ্তমানৰ জনসংখ্যা 50 লাখ যদিও 11 লাখহে খিলঞ্জীয়া ৷ যোৱা 70 বছৰত বিভিন্ন চৰকাৰ শাসনলৈ আহিছে যদিও কোনো চৰকাৰে খিলঞ্জীয়া লোকৰ দুখ-দুৰ্দশা বুজাৰ চেষ্টা কৰা নাই ৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ত্ৰিপুৰাৰ ইতিহাস সম্পৰ্কে কোনো বাতৰি প্ৰকাশ নাপাই বুলিও ক্ষোভ প্ৰকাশ কৰে জামাতিয়াই ৷ হত্যা,ধৰ্ষণ,সাম্প্ৰদায়িক সংঘৰ্ষই ৰাজ্যখন জুৰুলা কৰিছে যদিও কোনো ক্ষেত্ৰতে ন্যায় পাবলৈ সক্ষম হোৱা নাই ত্ৰিপুৰাবাসীয়ে ৷ নিজৰ ৰাজ্যতে অস্তিত্ব ৰক্ষাৰ বাবে যুঁজিব লগা হৈছে বুলি দুখ প্ৰকাশ কৰে জামাতিয়াই ৷

পাতাল কন্যা জামাতিয়াৰ সাক্ষাৎকাৰ

অসম সন্মিলিত মহা সংঘৰ বৰ্তমানৰ সভাপতি মতিউৰ ৰহমানে উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি সম্পৰ্কত মন্তব্য আগবঢ়ায় ৷ লগতে তেওঁ কয় যে, অবৈধ প্ৰব্ৰজনকাৰীৰ বোজা অসমে 73 বছৰ ধৰি লৈ থাকিব লগা হৈছে৷ অসমৰ ইতিহাস সম্পৰ্কেও ইটিভি ভাৰতৰ জৰিয়তে সমগ্ৰ দেশক জনোৱাৰ প্ৰয়াস কৰিম বুলি মন্তব্য কৰে মতিউৰ ৰহমানে ৷

আৰু পঢ়ক : অখিল গগৈৰ গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ দুই ছাত্ৰ নেতাৰ

from JESIM, Dibrugarh.
---------- Forwarded message ---------
From: Mrinal Das <mrinaldas99@gmail.com>
Date: Wed, Dec 18, 2019 at 3:29 PM
Subject: Fwd: Dib CAA Protest
To: <mrinal.das@etvbharat.com>

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.