ETV Bharat / bharat

ভক্তৰ বাবে মুকলি হ’ল বাংকে বিহাৰী মন্দিৰৰ দ্বাৰ

author img

By

Published : Oct 25, 2020, 6:14 PM IST

ক’ভিড-19 ৰ ভয়াৱহতাৰ পৰিপ্ৰেক্ষিতত বাংকে বিহাৰী মন্দিৰত বন্ধ হৈ আছিল ভক্তৰ প্ৰৱেশ ৷ যোৱা মাৰ্চ মাহৰ 22 তাৰিখৰ পৰাই বন্ধ হৈ আছিল মন্দিৰটোৰ দুৱাৰ ৷

Mathura's Banke Bihari temple reopens
Mathura's Banke Bihari temple reopens

নেশ্যনেল ডেস্ক, 25 অক্টোবৰ : দীৰ্ঘসময়ৰ বিৰতিৰ পাচত মথুৰাৰ বিখ্যাৎ বাংকে বিহাৰী মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে মুকলি কৰি দিয়া হয় ৷ ক’ভিড-19 ৰ ভয়াৱহতাৰ পৰিপ্ৰেক্ষিতত মন্দিৰত বন্ধ হৈ আছিল ভক্তৰ প্ৰৱেশ ৷ ভক্তৰ সমাগম নিয়ন্ত্ৰণৰ বাবে মন্দিৰ প্ৰাংগণত আৰক্ষীৰ এটা বৃহৎ দল মোতায়েন কৰা হৈছে ৷

ভক্তসকলে প্ৰৱেশৰ বাবে আগতীয়াকৈ অন লাইনযোগে পঞ্জীয়ন কৰিব লাগিব বুলি জনাইছে মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াই ৷ যোৱা মাৰ্চ মাহৰ 22 তাৰিখৰ পৰাই বন্ধ হৈ আছিল মন্দিৰটোৰ দুৱাৰ ৷ 15 অক্টোবৰত আদালত দিয়া নিৰ্দেশ মৰ্মে ভক্তৰ বাবে মন্দিৰটো পুনৰ মুকলি কৰা হৈছিল ৷ কিন্তু অগণন ভক্তই আহি ভিৰ কৰাৰ বাবে কৰ্তৃপক্ষই 19 অক্টোবৰত পুনৰ মন্দিৰটো বন্ধ কৰে ৷

লগতে পঢ়ক : ঐক্যৰ বাৰ্তাবাহক বঢ়মপুৰৰ এখন বিশেষ পূজা...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.