ETV Bharat / bharat

পুলৱামা আক্ৰমনত ব্যৱহাৰ হৈছিল মাৰুটি ইকো: এন আই এ

author img

By

Published : Feb 26, 2019, 11:40 AM IST

ফৰেনচিক বিশেষজ্ঞৰ দলে ঘটনাস্থলীৰ পৰা সংগ্ৰহ কৰা নমুনাৰ পৰা পোহৰলৈ আহিছে এই তথ্য

SAJJAD BHAT

নিউজ ডেস্ক, ২৬ ফেব্ৰ্ুৱাৰী: পুলৱামা আক্ৰমনত ব্যৱহৃত বাহনৰ তথ্য ফাদিল কৰিছে তদন্তকাৰী সংস্থা চমুকৈ এন আই এ য়ে । ব্যৱহাৰ কৰা মাৰুটি ইকো বাহন খনৰ গৰাকীৰো চিনাক্তকৰণ সম্পন্ন হৈছে বুলি তদন্তকাৰী সংস্থাটোৱে জনায় । ফৰেনচিক বিশেষজ্ঞৰ দলে ঘটনাষ্ঠলীৰ পৰা সংগ্ৰহ কৰা নমুনাৰ পৰা এই তথ্য পোহৰলৈ আহিছে ।

ETV BHARAT
SAJJAD BHAT

বাহনখনৰ গৰাকী অনন্টনাগ নিবাসী ছাজ্জাদ ভাটে আক্ৰমনৰ ১০ দিন পূৰ্বে বাহনখন ক্ৰয় কৰিছিল বুলি জানিবলৈ দিয়ে এন আই এ য়ে । ছাজ্জাদ ভাটৰএখন ফটো চছিয়েল মিডিয়াত বিয়পি পৰাৰ পাছত তেওঁ জইচ ই মহম্মদত যোগ দিয়া বুলি জানিব পৰা গৈছে ।

Maruti Eeco used in Pulwama terror attack:NIA

পুলৱামা আক্ৰমনত ব্যৱহাৰ হৈছিল মাৰুটি ইকো:এন আই এ

নিউজ ডেস্ক, ২৬ ফেব্ৰ্ুৱাৰী: পুলৱামা আক্ৰমনত ব্যৱহৃত বাহনৰ তথ্য ফাদিল কৰিছে তদন্তকাৰী সংস্থা চমুকৈ এন আই এ য়ে । ব্যৱহাৰ কৰা মাৰুটি ইকো বাহন খনৰ গৰাকীৰো চিনাক্তকৰণ সম্পন্ন হৈছে বুলি তদন্তকাৰী সংস্থাটোৱে জনায় । ফৰেনচিক বিশেষজ্ঞৰ দলে ঘটনাষ্ঠলীৰ পৰা সংগ্ৰহ কৰা নমুনাৰ পৰা এই তথ্য পোহৰলৈ আহিছে । 

বাহনখনৰ গৰাকী অনন্টনাগ নিবাসী ছাজ্জাদ ভাটে আক্ৰমনৰ ১০ দিন পূৰ্বে বাহনখন ক্ৰয় কৰিছিল বুলি জানিবলৈ দিয়ে এন আই এ য়ে । ছাজ্জাদ ভাটৰ অস্ত্ৰৰ সৈতে উঠা এখন ফটো চছিয়েল মিডিয়াত বিয়পি পৰাৰ পাছত তেওঁ জইচ ই মহম্মদত যোগ দিয়া বুলি জানিব পৰা গৈছে ।   
 
PHOTO.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.