ETV Bharat / bharat

চীন, ম্যানমাৰৰ আমদানীকৃত খাদ্যত প্ৰতিবন্ধকতা মনিপুৰৰ - মনিপুৰ চৰকাৰৰ বিশেষ ব্যৱস্থা গ্ৰহণ

চীন, ম্যানমাৰ আৰু দক্ষিণ-পূৱ এছিয়াৰ খাদ্য সামগ্ৰীত মনিপুৰৰ প্ৰতিবন্ধকতা ৷ কৰ'ণাভাইৰাছৰ আতংকৰ বাবে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে মনিপুৰ চৰকাৰে ৷

আমদানীকৃত খাদ্যত প্ৰতিবন্ধকতা মনিপুৰৰ
কৰ'ণাভাইৰাছৰ আতংক
author img

By

Published : Feb 7, 2020, 6:25 PM IST

নেশ্যনেল ডেস্ক, 7 ফেব্ৰুৱাৰী : খাদ্য সুৰক্ষা আৰু প্ৰামাণিক (আমদানী) অধিনিময়, 2017 (FSSAI Regulations) ৰ ভিতৰত অন্তৰ্ভূক্ত নোহোৱা আৰু পূৰ্বে প্ৰস্তুত কৰা খাদ্য সামগ্ৰীসমূহৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে মনিপুৰে ৷ প্ৰাণনাশক কৰ'ণাভাইৰাছৰ আতংকৰ বাবে চীন, ম্যানমাৰ আৰু দক্ষিণ-পূৱ এছিয়াৰ দেশসমূহৰ পৰা অহা এনে খাদ্যসমূহত প্ৰতিবন্ধকতাৰ কথা শুকুৰবাৰে মনিপুৰ চৰকাৰৰ বিষয়ববীয়াই জানিবলৈ দিয়ে ৷

স্বাস্থ্য সেৱা নিৰ্দেশালয়ৰ অতিৰিক্ত খাদ্য সুৰক্ষা কমিছনাৰ কে. ৰাজু সিঙে জানিবলৈ দিয়ে যে, "চীন, ম্যানমাৰ আৰু অন্য দক্ষিণ-পূৱ এছিয়াৰ দেশসমূহৰ পৰা FSSAI Regulations ৰ ভিতৰত অন্তৰ্ভূক্ত নোহোৱা খাদ্য আমদানী কৰিব নোৱাৰিব ৷ কোনো লোকে এনে সামগ্ৰীৰ উৎপাদন, বিতৰণ, বিক্ৰী অথবা বিক্ৰীৰ বাবে সাজু কৰি ৰাখিব নোৱাৰিব ৷"

সতৰ্কতামূলক উপায় হিচাপে স্বাস্থ্য সেৱা নিৰ্দেশালয়ে চীন, ম্যানমাৰ আৰু দক্ষিণ-পূৱ এছিয়াৰ দেশসমূহৰ পৰা অহা খাদ্য সামগ্ৰী ভক্ষণ নকৰিবলৈ সকলোকে অনুৰোধ জনাইছে ৷

লগতে স্বাস্থ্য বিভাগৰ সৈতে জড়িত সকলো চৰকাৰী বিষয়াকে ৰাজ্যখনত নিৰীক্ষণ কৰাৰ লগতে জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এনে সামগ্ৰী লাভ কৰিলে জব্দ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

উল্লেখ্য যে, মনিপুৰৰ সৈতে ম্যানমাৰৰ 398 কি.মি. দৈঘ্যৰ আন্তৰাষ্ট্ৰীয় সীমা সংলগ্ন হৈ আছে ৷

আনহাতে, চীন, থাইলেণ্ড আৰু ছিংগাপুৰৰ পৰা 11 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীৰ ভিতৰত মনিপুৰত প্ৰৱেশ কৰা সকলো লোককে নিজ নিজ বাসগৃহত স্বাস্থ্যৰ নিৰীক্ষণ কৰি থকা হৈছে ৷ কে. ৰাজুয়ে জানিবলৈ দিয়া অনুসৰি, 172 জন লোকৰ নমুনা লোৱা হৈছে আৰু ৰাষ্ট্ৰীয় ক'লেৰা সংস্থালৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ'ব ৷

মনিপুৰত দুজন লোকৰ ছোৱাইন ফ্লু' হোৱাৰ তথ্য লাভ কৰাৰ পাচতে এই জাননী জাৰি কৰা হয় ৷

আৰু পঢ়ক : বিমানবন্দৰত প্ৰধানমন্ত্ৰীক সাক্ষাৎ সাংসদ নৱ শৰণীয়াৰ

ZCZC
PRI GEN NAT
.IMPHAL CAL15
MN-CORONAVIRUS-BAN
Coronavirus: Manipur bans import of packaged food from China,
Myanmar, SE Asia
         Imphal, Feb 7 (PTI) In view of the outbreak of novel
coronavirus, the Manipur government has banned the import of
packaged food items from China, Myanmar and Southeast Asian
countries which do not comply with FSSAI regulations,
officials said here on Friday.
         The notification issued by K Rajo Singh, Additional
Food Safety Commissioner, Directorate of Health Services said,
"No person shall import any packaged food items made in China,
Myanmar and other Southeast Asian countries that do not comply
with the Food Safety and Standards (Import) Regulations,
2017."
         "No person shall manufacture, distribute, sell or
expose for sale or dispatch or deliver to any agent or broker
for the purpose of sale, any packed food products which are
not marked and labelled in the manner as specified by the
regulations," it said.
         As a precautionary measure, the Directorate has urged
the public "not to consume any packaged food items made in
China, Myanmar and other Southeast Asian countries".
         It has also directed all designated officers in the
state "to inspect, seize and to keep keen vigilance in the
interest of the public health" and that non-compliance of the
notification will be "viewed seriously".
         Manipur shares a 398-km international border with
Myanmar and the border town of Moreh serves as a major trade
hub between India and her eastern neighbour.
         Meanwhile, Additional Director (Public Health) L Arke
told reporters that 172 persons who have entered Manipur from
China, Thailand and Singapore between January 11 and February
5 have been kept under surveillance at their residences.
         He said samples of the 172 persons will be sent to the
National Institute of Cholera and Enteric Diseases, Kolkata
for testing for coronavirus.
         The notification came after two cases of "mild" swine
flu were detected in samples of people entering Manipur. PTI
CORR
ACD
ACD
02071507
NNNN
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.