নিউজ ডেস্ক,২২মে': মঙলবাৰৰ পুৱাৰ পৰা আৰম্ভ হয় পথটোত যান-বাহন চলাচল। আজিৰে পৰা পথটোত হিমাচল প্ৰদেশ পৰিবহন নিগমৰ যাত্ৰীবাহী বাছসমূহৰো চলাচল আৰম্ভ হ’ব। উল্লেখ্য যে প্ৰচুৰ তুষাৰপাতৰ ফলত পথটোৰে বিগত কিছুদিনৰ পৰা ব্যাহত হৈ আছিল যান-বাহনৰ চলাচল। ২০ মে' তাৰিখৰ পৰা সীমান্ত পথ সংস্থাই ১৩,০৫০ ফুট উচ্চতাৰ ৰোহতাংগ পাছেৰে সৰু গাড়ীৰ চলাচল আৰম্ভ কৰিছিল।
পুনৰ যানবাহনৰ চলাচল আৰম্ভ মানালী-কেইলং পথত - ETV BHARAT
লাহাউল-স্পিতি জিলাত প্ৰচুৰ তুষাৰপাতৰ ফলত যান বাহনৰ চলাচল বন্ধ হৈ থকা মানালী-কেইলং পথত পুনৰ চলাচল আৰম্ভ।
পুনৰ যানবাহনৰ চলাচল আৰম্ভ মানালী-কেইলং পথত
নিউজ ডেস্ক,২২মে': মঙলবাৰৰ পুৱাৰ পৰা আৰম্ভ হয় পথটোত যান-বাহন চলাচল। আজিৰে পৰা পথটোত হিমাচল প্ৰদেশ পৰিবহন নিগমৰ যাত্ৰীবাহী বাছসমূহৰো চলাচল আৰম্ভ হ’ব। উল্লেখ্য যে প্ৰচুৰ তুষাৰপাতৰ ফলত পথটোৰে বিগত কিছুদিনৰ পৰা ব্যাহত হৈ আছিল যান-বাহনৰ চলাচল। ২০ মে' তাৰিখৰ পৰা সীমান্ত পথ সংস্থাই ১৩,০৫০ ফুট উচ্চতাৰ ৰোহতাংগ পাছেৰে সৰু গাড়ীৰ চলাচল আৰম্ভ কৰিছিল।
Assign to HIMASHREE