ETV Bharat / bharat

স্বাস্থ্য সম্ৰাট ৰূপত মহাত্মা গান্ধী - সেৱাগ্ৰাম

গান্ধীজীয়ে সেৱাগ্ৰামৰ অসুস্থ কয়দীসমূহৰ সঞ্চাৰৰ সময়ত চিকিৎসা, খাদ্যৰ সীমাবদ্ধতা, বিশ্ৰাম আৰু অনুশীলনক নিচেই কাষৰ পৰা প্ৰত্যক্ষ কৰিছিল ৷ সৱৰমতী আশ্ৰমত ডা৹ সুশীলা নায়াৰ আছিল ভাৰপ্ৰাপ্ত চিকিৎসক ৷ বহু সময়ত গান্ধীজীয়ে নিজেই আশ্ৰমৰ ৰুগীয়া সদস্যসকলৰ স্বাস্থ্যৰ ধ্যান ৰাখিছিল৷ এবাৰ তেখেতে কুষ্ঠৰোগত আক্ৰান্ত সংস্কৃতৰ বিদ্বান এগৰাকীক এইটো কৈ স্বীকাৰ কৰিছিল যে স্বাস্থ্যৰ আধাৰত এজন কয়দীৰ পৰা আঁতৰত থাকিব নোৱাৰে৷ ইয়াৰ পৰিৱৰ্তে তেখেতে ৰোগীজনৰ বাবে এটা পৃথক আৱাসৰ ব্যৱস্থা কৰিছিল৷

স্বাস্থ্য সম্ৰাট ৰূপত মহাত্মা গান্ধী
author img

By

Published : Sep 21, 2019, 3:10 PM IST

মহাত্মা গান্ধী প্ৰসিদ্ধ স্বাধীনতা সেনানী আৰু বৃটিছ সাম্ৰাজ্যৰ বিপৰীতে সত্যাগ্ৰহ আন্দোলনৰ সংস্থাপক হোৱাৰ উপৰিও স্বাস্থ্য আৰু ফিটনেছৰ প্ৰৱৰ্তক আছিল৷ তেখেতে বিশ্বাস কৰিছিল যে স্বাস্থ্য, ব্যায়াম, স্বচ্ছতা, প্ৰাকৃতিক ভোজন আদিয়ে বেমাৰ আজাৰৰ পৰা নিজকে ৰক্ষা কৰি সৱল কৰি ৰখাৰ ক্ষেত্ৰত মহত্বপূৰ্ণ অৱদান আগবঢ়ায় ৷ গান্ধীজীয়ে দৃঢ়তাৰে কৈছিল যে, ৰোগ প্ৰতিৰোধ কৰাটো ৰোগ নিৰাময় কৰাতকৈ অধিক মহত্বপূৰ্ণ ৷ "দূষিত পৰিৱেশত বাস কৰা, পৰজীৱীসমূহৰ দ্বাৰা আক্ৰান্ত হৈ পেথোজেনসমূহৰ সৈতে একেলগে থকাৰ সমান৷" আমি জানো যে উপযুক্ত শাৰীৰিক অনুশীলন জীৱনযাত্ৰাত তিষ্ঠি থকাৰ পৰিৱৰ্তে ফিট থকাৰ পক্ষে জৰুৰী ৷

Mahatma Gandhi as Medical Messiah
জনসভা সম্বোধনৰ মূহুৰ্তত গান্ধীজী
দৈনিক ক্ৰিয়াকলাপ সমূহ সংৰক্ষণ কৰাৰ বাবে আমি প্ৰতিটো পদক্ষেপ নিৰীক্ষণ কৰি এক ইনবিল্ট স্বাস্থ্য এপলিকেশ্বন সহ বৰ্তমান স্মাৰ্ট মোবাইলত প্ৰত্যক্ষ কৰিব পাৰো ৷ 14 বছৰ বয়সতেই গান্ধীজীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত মেডিকেল ডিগ্ৰী গ্ৰহণৰ ইচ্ছা পোষণ কৰিছিল৷ কিন্তু তেখেতৰ পৰিয়ালৰ লোকে তেওঁক এইটো কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছিল কাৰণ মানৱ শৰীৰচৰ্চা অধ্যয়নৰ বাবে মৃতদেহ পৰিচালনা কৰাটো জৰুৰী ৷ ইমানৰ পিছতো মানৱ স্বাস্থ্যৰ প্ৰতি তেখেতৰ আগ্ৰহটো গোটেই জীৱন থাকি গ’ল৷ সৱৰমতী আশ্ৰমত মানৱ দেহৰ বিভিন্ন অংগসমূহৰ বিষয়ে লোকসকলক জ্ঞাত কৰাৰ উদ্দেশ্যে মডেল হিচাপত এটি কংকাল আছিল৷ গান্ধীজীয়ে ঔষধসমূহৰ ৰসায়ন বিজ্ঞান আৰু তাৰ ক্ৰিয়াৰ বিষয়ে বিস্তৃত অধ্যয়ন কৰিছিল৷
Mahatma Gandhi as Medical Messiah
জনসাধাৰণৰ মাজত গান্ধী
গান্ধীজীয়ে শুদ্ধ নিৰামিষত বিশ্বাসী আছিল আৰু এটা পৰ্যায়ত গাখীৰসহ সমস্ত প্ৰাণীজাত পণ্যবিহীন প্ৰসাৰিত স্থানত সাত বছৰ ধৰি নিৰামিষ খাদ্যভ্যাস গ্ৰহণ কৰিছিল ৷ তেখেতে পৰ্যবেক্ষণ কৰিছিল যে ম’হৰ গাখীৰক দৈনিক সেৱনৰ বাবে ছাগলীৰ গাখীৰৰ পৰিৱৰ্তে প্ৰতিস্থাপিত কৰিব পৰা যায় ৷
Mahatma Gandhi as Medical Messiah
মহাত্মা গান্ধী
গান্ধীজীয়ে সেৱাগ্ৰামৰ অসুস্থ কয়দীসমূহৰ সঞ্চাৰৰ সময়ত চিকিৎসা, খাদ্যৰ সীমাবদ্ধতা, বিশ্ৰাম আৰু অনুশীলনক নিচেই কাযৰ পৰা প্ৰত্যক্ষ কৰিছিল৷ সৱৰমতী আশ্ৰমত ডা৹ সুশীলা নায়াৰ আছিল ভাৰপ্ৰাপ্ত চিকিৎসক ৷ বহু সময়ত গান্ধীজীয়ে নিজেই আশ্ৰমৰ ৰুগীয়া সদস্যসকলৰ স্বাস্থ্যৰ ধ্যান ৰাখিছিল ৷ এবাৰ তেখেতে কুষ্ঠৰোগত আক্ৰান্ত সংস্কৃতৰ বিদ্বান এগৰাকীক এইটো কৈ স্বীকাৰ কৰিছিল যে স্বাস্থ্যৰ আধাৰত এজন কয়দীৰ পৰা আঁতৰত থাকিব নোৱাৰে৷ ইয়াৰ পৰিৱৰ্তে তেখেতে ৰোগীজনৰ বাবে এটা পৃথক আৱাসৰ ব্যৱস্থা কৰিছিল৷
Mahatma Gandhi as Medical Messiah
সৰোজিনী নাইডুৰ সৈতে মহাত্মা গান্ধী
গান্ধীজীয়ে য়াৰৱাদা জেলত বন্দী হৈ থকা সময়ছোৱাত স্বাস্থ্যৰ ওপৰত এখন গ্ৰন্থ ৰচনা কৰিছিল৷ ইয়াত তেখেতে মানৱ শৰীৰ, স্বাস্থ্যকৰ ব্যক্তিৰ খাদ্যভ্যাস প্ৰণালী, ৰোগাক্ৰান্ত ব্যক্তি আৰু ব্যায়ামৰ ওপৰত আলোচনা কৰিছিল৷ স্বাস্থ্যবান থকাৰ উত্তম উপায় হিচাপে তেখেতে খোজকঢ়াৰ গুৰুত্বৰ কথা ব্যক্ত কৰিছিল৷ গান্ধীজীয়ে বোকাস্নান আৰু সৌৰস্নানক মানৱ স্বাস্থ্যৰ বাবে আনুসংগিক বুলি ঘোষণা কৰিছিল৷
Mahatma Gandhi as Medical Messiah
জনসভা সম্বোধনৰ মূহুৰ্তত গান্ধীজী
গান্ধীজীয়ে মানসিক স্বাস্থ্যক মানৱ স্বাস্থ্যৰ এক অভিন্ন অংগ বুলি ব্যক্ত কৰিছিল৷ তেখেতে স্ব-ৰচিত কিতাপখনত মানসিক স্বাস্থ্যৰ বাবে মৌন ব্ৰত, ধুমপানৰ পৰিহাৰ আৰু ব্ৰহ্মচাৰ্য প্ৰথাৰ প্ৰভাৱৰ বিষয়ে বিস্তৃতভাৱে চৰ্চা কৰিছিল৷ আধুনিক বিজ্ঞানে বহুসংখ্যক ক্লিনিকেল পৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰিছে যে এইচ আই ভি ভাইৰাচ ইতিবাচক ব্যক্তিসকলৰ মাজত দীৰ্ঘম্যাদী ৰোগৰ প্ৰতিৰক্ষাৰ স্তৰ বৃদ্ধি পাইছে যেতিয়া ধ্যানৰ লগত চিন্তা আৰ অৱসাদ হ্ৰাস পায়৷গান্ধীজীয়ে ফল-মূল, শাক-পাচলিক দৈনিক আহাৰৰ অংশ কৰাৰ উপদেশ দিছিল৷ তেখেত খাদ্যত অত্যাধিক তেল আৰু মচলাৰ ব্যৱহাৰ নকৰিবলৈও উপদেশ দিছিল৷ তেখেতে যুক্তি আগবঢ়াইছিল যে মচলাযুক্ত খাদ্য পদাৰ্থৰ দ্বাৰা নিৰ্গত পাচক ৰসে যিকোনো ব্যক্তিৰ স্বাস্থ্যক সংকটাপন্ন কৰি তুলিব পাৰে ৷ পৌষ্টিক আহাৰেই সুস্বাস্থ্যৰ মূল চাবিকাঠি৷ ৰাষ্ট্ৰীয় পোষণ সংস্থা স্থাপনৰ সময়ত গান্ধীজীৰ দ্বাৰা স্বদেশী ভাৰতীয় খাদ্যৰ বিষয়ে বহু উপদেশ আগবঢ়াইছিল৷
Mahatma Gandhi as Medical Messiah
যাত্ৰাত মহাত্মা গান্ধী
গান্ধীজীয়ে ভাৰতত মুকলিত শৌচৰ প্ৰথাক সমাপ্ত কৰিছিল আৰু সমাজৰ বাবে ক্ষতিকাৰক এই অশোভনীয় কাৰ্যক নিপাত কৰাৰ ক্ষেত্ৰত উপদেশ৷ তেখেতে সাৰ্বজনীক শৌচালয়সমূহৰো চাফাই কৰিছিল ৷ সামুদায়িক স্বচ্ছতাৰ ক্ষেত্ৰত গান্ধীজীৰ সপোনটো স্বাধীনতাৰ 70 বছৰ পিছতো এক সপোনেই হৈ থাকিল৷ ধুমপান আৰু সুৰাৰ ক্ষেত্ৰত সংযম তেখেতৰ ব্যক্তিগত বিশেষত্ব আছিল৷ সুৰাৰ প্ৰভাৱে ব্যক্তিৰ নৈতিক কাৰকসমূহক বিঘ্নিত কৰে আৰু সেইবাবেই এক বৃহৎ পৰিমাণত সমাজত অপৰাধৰ মাত্ৰা বৃদ্ধি পায়৷
Mahatma Gandhi as Medical Messiah
মহাত্মা গান্ধী
যিকোনো ব্যক্তিৰে সামান্য স্বাস্থ্য সকলো সময়তে স্বাস্থ্যবান থকাৰ ওপৰত নিৰ্ভৰ কৰে৷ গান্ধীজীয়ে বিশ্বাস কৰিছিল যে ব্যায়াম, খাদ্যাভাষ, আৰু উপবাস একেলগে এক মহত্বপূৰ্ণ ভূমিকা পালন কৰে৷ বৃটিছ চৰকাৰৰ দ্বাৰা ভাৰতীয়সকলৰ ওপৰত চলোৱা শোষণৰ বিৰুদ্ধে ৰণনীতি হিচাপে গান্ধীজীৰ অনশন কাৰ্যসূচী বিশ্ব প্ৰসিদ্ধ৷ প্ৰকৃতাৰ্থত উপবাস ভাৰতীয় জীৱনশৈলী আৰু সংস্কৃতিৰ অভিন্ন অংগ৷ সু-স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত গান্ধীজীয়ে সীমিত ভোজন সেৱনৰ মহত্বৰ ওপৰত গুৰুত্ব দিছিল৷ আধুনিক বিজ্ঞান অনুসৰি উপবাস কোষসমূহক ‘ডিটক্স’ কৰাৰ এক উত্তম পদ্ধতি ৷এনেদৰেই গান্ধীবাদী বিচাৰসমূহত স্বাস্থ্যকৰ খাদ্য আৰু পৰিৱেশ, শাৰীৰিক ব্যায়াম আৰু ভাৱাত্মক সন্তোলনৰ দ্বাৰা ৰোগৰ প্ৰতিৰোধ আদি অন্তৰ্ভুক্ত আছিল৷ গান্ধীজীৰ ওচৰত প্ৰকৃততে ব্যক্তিগত আৰু সামুহিক স্তৰত সু-স্বাস্থ্যৰ চাবিকাঠি আছিল৷ গতিকে আমি তেখেতক আধুনিক ভাৰতৰ স্বাস্থ্য আৰু পুষ্টিৰ বাবে সম্ৰাট আখ্যা দিব পাৰো৷

ড৹ সৈলাজা কল্লাকুৰী

Intro:Body:

dd

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.