ETV Bharat / bharat

মুম্বাইৰ ডি ৱাই পাটিল হাস্পতালত ভয়াৱহ অগ্নিকাণ্ড - নেৰুল

ডি ৱাই পাটিল হাস্পতালত ভয়াৱহ অগ্নিকাণ্ড ৷ ঘটনাৰ ফলত কোনো হতাহত হোৱাৰ তথ্য লাভ কৰা নাই ৷

মুম্বাই
ডি ৱাই পাটিল হাস্পতালত অগ্নিকাণ্ড
author img

By

Published : Mar 18, 2020, 5:34 PM IST

নেশ্যনেল ডেস্ক, 18 মাৰ্চ : বুধবাৰে বিয়লি মুম্বাই মহানগৰৰ নেৰুল অঞ্চলস্থিত ডি ৱাই পাটিল হাস্পতালত এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয় ৷

ডি ৱাই পাটিল হাস্পতালত অগ্নিকাণ্ড

অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে ৷

মুম্বাই
ভয়াৱহ অগ্নিকাণ্ড

সূত্ৰ অনুসৰি, বুধবাৰে বিয়লি প্ৰায় 1.45 বজাত এই ঘটনা সংঘটিত হয় ৷ ঘটনা সংঘটিত হোৱাৰ পাচতে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হোৱাত হাস্পতালত উপস্থিত ৰোগী তথা অন্য লোকসকল ৰক্ষা পৰে ৷ বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই ৷

আৰু পঢ়ক : 1,79,000 লৈ বৃদ্ধি কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা : বিশ্ব স্বাস্থ্য সংস্থা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.