ETV Bharat / bharat

সুশান্ত সিং ৰাজপুতৰ মৃত্যু : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে কাম কৰিব মহাৰাষ্ট্ৰ চৰকাৰে

author img

By

Published : Aug 16, 2020, 12:43 PM IST

বলিউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ অনুসৰি কাম কৰিব মহাৰাষ্ট্ৰ চৰকাৰে ৷ মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে সদৰি কৰে এই কথা ৷

সুশান্ত সিং ৰাজপুত
সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে কাম কৰিব মহাৰাষ্ট্ৰ চৰকাৰে

নিউজ ডেস্ক, 16 আগষ্টঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কাম কৰিব মহাৰাষ্ট্ৰ চৰকাৰে ৷ শনিবাৰে এই কথা ঘোষণা কৰে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে ৷

মন্ত্ৰীগৰাকীয়ে কয় যে, সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত সকলো পক্ষৰ শপতনামা দাখিল কৰে ৷ উচ্চতম ন্যায়ালয়ে আগন্তুক সপ্তাহত এই ঘটনা সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব আৰু আমি সেই অনুযায়ী কাম কৰি যাম ৷

উল্লেখ্য যে, কেন্দ্ৰীয় অনুসন্ধান শাখাই পাটনাৰ পৰা সুশান্তৰ মৃত্যুৰ তদন্ত স্থানান্তৰিত কৰিবলৈ বিহাৰ চৰকাৰৰ আহ্বান কেন্দ্ৰীয় চৰকাৰে মঞ্জুৰ কৰাৰ পাচতে সুশান্তৰ ঘনিষ্ঠ বান্ধবী ৰিয়া চক্ৰৱৰ্তী আৰু অভিনেতাগৰাকীৰ সংস্পৰ্শত অহা বহু কেইজনৰ বিৰুদ্ধে ৰুজু কৰে গোচৰ ৷

আনহাতে, সুশান্ত সিং ৰাজপুতৰ পিতৃ কে. কে. সিঙে অভিনেতাজনৰ আত্মহত্যা সন্দৰ্ভত পাটনাত গোচৰ ৰুজু কৰিছিল ৷

আৰু পঢ়কঃ স্বাধীনতা দিৱসত ইন্দোৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি 26 কাৰাবন্দী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.