ETV Bharat / bharat

মানৱতাৰ উৎসৃষ্ট নিদৰ্শন উৰিষ্যাৰ চিকিৎসকৰ - মানৱতাৰ উৎসৃষ্ট নিদৰ্শন উৰিষ্যাৰ চিকিৎসকৰ

ডাঃ ৰাধেশ্যাম জিনাই নিজৰ পাঁচ সহকৰ্মীৰ সৈতে কাডিতুলাগুন্টি গাঁৱত পালচ্ পলিঅ' কাৰ্যসূচীৰ বাবে উপস্থিত হৈছিল ৷ সেই সময়তেই মহিলাগৰাকীৰ অৱস্থাৰ বিষয়ে অৱগত হোৱাত জিনা আৰু তেখেতৰ দলে মহিলাগৰাকীৰ সুকলমে সন্তান প্ৰসৱ কৰায় যদিও ইয়াৰ পিছতে মহিলাগাৰকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসকৰ দলটোৱে এম্বুলেঞ্চক খৱৰ দিয়ে ৷ কিন্তু যাতায়াতৰ উপযুক্ত পথ নথকাত এম্বুলেঞ্চৰ চালকজনে অঞ্চলটোত উপস্থিত হ’ব নোৱাৰে ৷

Magnanimity of a doctor; carries pregnant women 30 kms on his shoulders
মানৱতাৰ উৎসৃষ্ট নিদৰ্শন উৰিষ্যাৰ চিকিৎসকৰ
author img

By

Published : Jan 21, 2020, 10:38 PM IST

নেশ্বনেল ডেক্স, 21 জানুৱাৰীঃ উৰিষ্যাৰ মাওবাদী অধ্যুসিত অঞ্চল মলকানগিৰি জিলাত এজন চিকিৎসকে দেখুৱাইছে মানৱতাৰ উৎসৃষ্ট নিদৰ্শন ৷ জিলাখনৰ এখন অতি দুৰ্গম অঞ্চলৰ পৰা এগৰাকী গৰ্ভৱতী মহিলাক সাঙিত কঢ়িয়াই চিকিৎসালয়লৈ লৈ আহে ৷ এক সূত্ৰই জনোৱা অনুসৰি ডাঃ ৰাধেশ্যাম জিনাই নিজৰ পাঁচ সহকৰ্মীৰ সৈতে কাডিতুলাগুন্টি গাঁৱত পালচ্ পলিঅ' কাৰ্যসূচীৰ বাবে উপস্থিত হৈছিল ৷ সেই সময়তেই মহিলাগৰাকীৰ অৱস্থাৰ বিষয়ে অৱগত হোৱাত জিনা আৰু তেখেতৰ দলে মহিলাগৰাকীৰ সুকলমে সন্তান প্ৰসৱ কৰায় যদিও ইয়াৰ পিছতে মহিলাগাৰকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসকৰ দলটোৱে এম্বুলেঞ্চক খৱৰ দিয়ে ৷

মানৱতাৰ উৎসৃষ্ট নিদৰ্শন উৰিষ্যাৰ চিকিৎসকৰ

কিন্তু যাতায়াতৰ উপযুক্ত পথ নথকাত এম্বুলেঞ্চৰ চালকজনে অঞ্চলটোত উপস্থিত হ’ব নোৱাৰে ৷ অৱশেষত চিকৎসক জিনা আৰু তেখেতৰ সহযোগীসকলে মহিলাগৰকীক সাঙিত কঢ়িয়াই 30 কিল’মিটাৰ নিলগত থকা কালিমেলা চিকিৎসালয়লৈ লৈ যায় ৷ সম্প্ৰতি মহিলাগৰকীৰ স্বাস্থৰ কিছু উন্নতি হোৱা বুলি জানিব দিয়ে ৷

লগতে পঢ়ক-ইৰাকৰ গ্ৰীণ জ'নস্থিত মাৰ্কিন দুতাবাসত ৰকেট আক্ৰমণ

Intro:Body:

A doctor has turned out to be a messiah.  The maoist infested Kadhitulagunti  village in Kurumanu panchayat  of Kalimela block in Malkangiri district recently witnessed the noble-heartedness of a medical practitioner.

Malkangiri: The doctor Radheshyam Jena  leading a five-member medical team  who had been to kaditulagunti village of the district to give polio vaccines, received the news about the  pregnant woman of  the village who was experiencing  acute labour pain. The team rushed to the spot and extended necessary medical  assistance to the woman in her delivery.

However, after delivering the baby, the woman became sick and as her condition worsened,  the doctor with the help of his five-member team  carried her on their shoulders for about 30 kms  through inaccessible roads, forests and hills to reach the hospital at Kalimela.  At present both the mother and the baby are in good health.

-------------Sarat ch.  Dash                                                                                               

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.