ETV Bharat / bharat

কেব সম্পৰ্কে কংগ্ৰেছৰ অৱস্থান অনুসৰণ কৰিম :কমল নাথ

author img

By

Published : Dec 13, 2019, 6:25 PM IST

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথে কেবৰ ক্ষেত্ৰত শুকুৰবাৰে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত মন্তব্য প্ৰদান কৰে ৷ কংগ্ৰেছ দলে নাগৰিকত্ব সংশোধনী আইনৰ ক্ষেত্ৰত যি ধৰণৰে থিয় হ'ব তাকে অনুসৰণ কৰিব বুলি কয় মধ্যপ্ৰদেশ চৰকাৰে ৷

MP CM AGAIST CAB
কেব সম্পৰ্কে কংগ্ৰেছৰ অৱস্থান অনুসৰণ কৰিব মধ্যপ্ৰদেশ চৰকাৰে

নিউজ ডেক্স , 13 নৱেম্বৰ : মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথে নাগৰিকত্ব সংশোধনী আইনৰ ক্ষেত্ৰত কংগ্ৰেছ দলে যি সিদ্ধান্ত ল'ব সেয়া তেওঁৰ চৰকাৰে মানি ল'ব বুলি শুকুৰবাৰে মন্তব্য কৰে ৷ কংগ্ৰেছ দলে নাগৰিকত্ব সংশোধনী আইনৰ ক্ষেত্ৰত যি ধৰণৰে থিয় হ'ব তাকে অনুসৰণ কৰিব মধ্যপ্ৰদেশ চৰকাৰে ৷ 'আমি সেইটো প্ৰক্ৰিয়াৰ পক্ষ লোৱাটো উচিত হ'ব জানো যিটো প্ৰক্ৰিয়াই বিভাজনৰ সৃষ্টি কৰিছে' ? শুকুৰবাৰে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত এইদৰে মন্তব্য কৰে কমল নাথে ৷

ইপিনে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে উচ্চতম ন্যায়লয়ত নাগৰিকত্ব সংশোধনী আইন 2019 ৰ বৈধতাৰ প্ৰশ্নত আবেদন দাখিল কৰিছে ৷ এই আইনৰ জৰিয়তে 2014 চনৰ 31 ডিচেম্বৰৰ আগত যি সকল হিন্দু,খ্ৰীষ্টান,শিখ,বৌদ্ধ,পাৰ্চী সম্প্ৰদায়ৰ লোক পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা উৎপীড়নৰ বলি হৈ আহিছিল তেওঁলোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব ৷ পাঞ্জাৱ,পশ্চিমবংগ,আৰু কেৰালাৰ মুখ্যমন্ত্ৰীয়ে নিজৰ ৰাজ্যত এই আইন প্ৰয়োগ নকৰাৰ কথা ঘোষণা কৰিছে ৷

আৰু পঢ়ক : ৰঞ্জিত দাসৰ বাসগৃহ ঘেৰাও কৰিলে প্ৰতিবাদকাৰীয়ে

Intro:Body:

MP CM AGAIST CAB

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.