ETV Bharat / bharat

কোভিডত আক্ৰান্ত মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী - ক’ৰণাত আক্ৰান্ত মধ্যপ্ৰদেশৰ মন্ত্ৰী

এজনৰ পাছত আনজন ৰাজনৈতিক নেতাৰ দেহত ধৰা পৰিছে কোভিড 19 পজিটিভ ৷ মুখ্যমন্ত্ৰীৰ উপস্থিতিত কেবিনেট বৈঠকত অংশগ্ৰহণৰ পাছতেই মন্ত্ৰী লালজি টেণ্ডনৰ দেহত ধৰা পৰিল ক’ৰণাৰ অৱস্থিতি ৷

Madhya Pradesh cabinet minister tests positive for Coronavirus
কোভিডত আক্ৰান্ত মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী
author img

By

Published : Jul 23, 2020, 11:05 AM IST

নিউজ ডেস্ক , 23 জুলাইঃ মধ্যপ্ৰদেশ চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰী আক্ৰান্ত হৈছে কোভিড 19ত ৷ কেবিনেট মন্ত্ৰ্ৰী অৰবিন্দ ভা’দৰিয়াৰ দেহত বৃহস্পতিবাৰে কোভিড 19ৰ অৱস্থিতি পোৱাৰ পাছতেই ভূপালৰ চিৰায়ু চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে ৷

উল্লেখযোগ্য যে , কালি মন্ত্ৰী গৰাকীয়ে কেবিনেট পৰ্যায়ৰ এখন বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে সদ্যপ্ৰয়াত মধ্যপ্ৰদেশৰ ৰাজ্যপাল লালজি টেণ্ডনৰ অন্ত্যেষ্টিক্ৰিয়াটো উপস্থিত আছিল মন্ত্ৰী গৰাকী ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিঙ চৌহানৰ লগতে বহু কেইজন শীৰ্ষ বিষয়া উপস্থিত আছিল অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত ৷ উল্লেখযোগ্য যে , ৰাজ্যখনত বৰ্তমানলৈকে 24.095 গৰাকীলৈ বৃদ্ধি পাইছে কোভিড 19ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷

লগতে পঢ়কঃঅখিল গগৈৰ মুক্তিৰ দাবীৰে বিলাসীপাৰাত অভিনৱ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.