ETV Bharat / bharat

লোকসভাত গৃহীত যান-বাহন(সংশোধনী) বিধেয়ক-2019 - নিতীন গাডকাৰী

2017চনৰ এপ্ৰিল মাহত লোকসভাই গৃহীত কৰা যান-বাহন (সংশোধনী) বিধেয়ক, 2019 বুধবাৰে গৃহীত কৰে লোকসভাই ৷

লোকসভাত গৃহীত যান-বাহন(সংশোধনী) বিধেয়ক 2019
author img

By

Published : Jul 24, 2019, 3:59 PM IST

নিউজ ডেস্ক, 24 জুলাইঃ মঙলবাৰে সংসদৰ নিম্ন সদনে গৃহীত কৰে যান-বাহন (সংশোধনী) বিধেয়ক, 2019 ৷ দেশৰ পৰিবহন বিভাগত সৃষ্টি হোৱা পাহাৰসম দুৰ্নীতি,পথ সুৰক্ষা,প্ৰযুক্তিগত পথ পৰিচালনাৰ বাবে চৰকাৰে 2017 চনতে উত্থাপন কৰিছিল এই সংশোধনী বিধেয়ক ৷ কিন্তু সদনৰ উচ্চ সদনে গৃহীত নকৰাৰ বাবে বিধেয়কখন পুনৰীক্ষণৰ বাবে নিম্ন সদনলৈ ঘুৰাই পঠোৱা হৈছিল ৷ অৱশেষত মঙলবাৰে অৰ্থাৎ 23 জুলাইত উচ্চ সদনৰ পৰা অহা বিধেয়কখন নিম্ন সদন অৰ্থাৎ লোকসভাই গৃহীত কৰে ৷

  • Thanking all the members of Lok Sabha for supporting Motor Vehicles (Amendment) Bill. Now this bill will be presented in Rajya Sabha, hope all the members of the Upper House will support it as well.#Motorvechiclesbill

    — Nitin Gadkari (@nitin_gadkari) July 23, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

ধ্বনি ভোটৰ দ্বাৰা সদনে বিধেয়কখন গৃহীত কৰাৰ উপৰিও বিৰোধীয়ে উত্থাপন কৰা দাবীসমূহো ধ্বনি ভোটৰ দ্বাৰা খাৰিজ কৰা হয় ৷ বিধেয়কখনে সৰ্বসাধাৰণৰ মাজত পথ সুৰক্ষা,যান-বাহন অধিনিয়মৰ লগতে পথ-দুৰ্ঘটনা ৰোধ কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে পথ পৰিবহন মন্ত্ৰী নিতীন গাডকাৰীয়ে ৷

EtvBharatAssam
বিধেয়কখনত থকা নতুন সংশোধনীসমূহ
  • I appealed to the members of Lok Sabha to support the Motor Vehicles (Amendment) Bill, I am happy to share that the same was passed in Lok Sabha today.https://t.co/Jl9s4si9tN

Intro:Body:

লোকসভাত গৃহীত যান-বাহন(সংশোধনী) বিধেয়ক 2019

2017চনৰ এপ্ৰিল মাহত লোকসভাই গৃহীত কৰা যান-বাহন (সংশোধনী) বিধেয়ক, 2019 বুধবাৰে গৃহীত কৰে লোকসভাই ৷ 

নিউজ ডেস্ক, 24 জুলাইঃ মঙলবাৰে সংসদৰ নিম্ম সদনে গৃহীত কৰে যান-বাহন (সংশোধনী) বিধেয়ক, 2019 ৷ দেশৰ পৰিৱহন বিভাগত সৃষ্টি হোৱা পাহাৰসম দূৰ্নীতি, পথ সুৰক্ষা, প্ৰযুক্তিগত পথ পৰিচালনাৰ বাবে চৰকাৰে 2017 চনতে উত্থাপন কৰিছিল এই সংশোধনী বিধেয়ক ৷ কিন্তু সদনৰ উচ্চ সদনে গৃহীত নকৰাৰ বাবে বিধেয়কখন পুনৰীক্ষণৰ বাবে নিম্ন সদনলৈ ঘুৰাই পঠোৱা হৈছিল ৷ অৱশেষত মঙলবাৰে অৰ্থাৎ 23 জুলাইত উচ্চ সদনৰ পৰা অহা বিধেয়কখন নিম্ন সদন অৰ্থাৎ লোকসভাই গৃহীত কৰে ৷ 

ধ্বনি ভোটৰ দ্বাৰা সদনে বিধেয়কখন গৃহীত কৰাৰ উপৰিও বিৰোধীয়ে উত্থাপন কৰা দাবীসমূহো ধ্বনি ভোটৰ দ্বাৰা খাৰিজ কৰা হয় ৷ বিধেয়কখনে সৰ্বসাধাৰণৰ মাজত পথ সুৰক্ষা, যান-বাহন অধিনিয়মৰ লগতে পথ-দূৰ্ঘটনা ৰোধ কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে পথ পৰিবহন মন্ত্ৰী নিতীন গাডকাৰীয়ে ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.