ETV Bharat / bharat

লক ডাউন ভংগকাৰী বিধায়কে লাভ কৰিলে জামিন

উত্তৰ প্ৰদেশৰ বিধায়ক অমানমনি ত্ৰিপাঠি আৰু তেওঁৰ ছগৰাকী সমৰ্থকে লাভ কৰিলে জামিন । আটাইকেইজনকে লক ডাউন ভংগৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ।

author img

By

Published : May 6, 2020, 8:16 AM IST

লক ডাউন ভংগকাৰী বিধায়কে লাভ কৰিলে জামিন
লক ডাউন ভংগকাৰী বিধায়কে লাভ কৰিলে জামিন

নিউজ ডেস্ক, 6 মে': লক ডাউন ভংগৰ অভিযোগত গ্ৰেপ্তাৰ কৰা উত্তৰ প্ৰদেশৰ বিধায়ক অমানমনি ত্ৰিপাঠি আৰু তেওঁৰ ছগৰাকী সমৰ্থকে জামিন লাভ কৰি মুকলি আকাশৰ তলত আহিবলৈ সক্ষম হয় ।

বিধায়ক গৰাকীয়ে দেওবাৰে সমৰ্থকৰ সৈতে বদ্ৰিনাথলৈ গৈ থকা অৱস্থাত উত্তৰ প্ৰদেশৰ ছামলি জিলাৰ কৰ্ণপ্ৰয়াগত আৰক্ষীয়ে তেওঁলোকক ৰখাই আৰু লক ডাউন ভংগৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল ।

বিধায়ক আৰু তেওঁৰ সমৰ্থক সকলক ভাৰতীয় দণ্ডবিধি আইনৰ অধীনৰ 188, 269 আৰু 270 ধাৰা আৰু দুৰ্যোগ ব্যৱস্থাপনা আইন, মহামাৰী ব্যৱস্থাপনা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.