ETV Bharat / bharat

ভাৰত আৰু পাক সেনাৰ মাজত সংঘৰ্ষ,নিহত 1 ভাৰতীয় সেনা

author img

By

Published : Dec 16, 2019, 11:38 PM IST

পাক সেনাই সোমবাৰে নাওচেৰা চেক্টৰৰ ৰজৌৰী জিলাত পুৱা 8.30 বজাত যুদ্ধ বিৰাতিৰ উলংঘণ কৰি ক্ষুদ্ৰ মাৰণাস্ত্ৰ নিক্ষেপ কৰে ৷ পাক্ সেনাৰ এই কাৰ্যক বাধা প্ৰদান কৰাৰ বাবেই দুয়ো দেশৰ সেনাৰ মাজত সংঘটিত হয় গুলিয়াগুলিৰ ঘটনা ৷

LOC firing in poonch nowshera sector
ভাৰত আৰু পাক সেনাৰ মাজত ভয়ংকৰ গুলিবৰ্ষণ, নিহত 1 ভৰাতীয় সেনা

নেশ্যনেল ডেক্স, 16 ডিচেম্বৰঃ সোমবাৰে নিয়ন্ত্ৰণ ৰেখাৰ লগতে কাশ্মীৰৰ সুন্দেৰবানীৰ ললিয়ালি অঞ্চলত ভাৰত আৰু পাক সেনাৰ মাজত সংঘটিত হয় ভয়ংকৰ গুলিবৰ্ষণ ৷ উক্ত ঘটনাত নিহত হয় এগৰাকী ভাৰতীয় সেনা ৷ ভাৰতীয় সেনাই উক্ত অঞ্চলত সন্দেহজনক কাৰ্যকলাপ প্ৰত্যক্ষ কৰি প্ৰত্যাহ্বান জনোৱাৰ পিছতেই গুলিয়াগুলিৰ ঘটনা সংঘটিত হয় ৷

ভাৰত আৰু পাক সেনাৰ মাজত ভয়ংকৰ গুলিবৰ্ষণ

উল্লেখ্য যে,পাক সেনাই সোমবাৰে নাওচেৰা চেক্টৰৰ ৰজৌৰী জিলাত পুৱা 8.30 বজাত যুদ্ধ বিৰাতিৰ উলংঘণ কৰি ক্ষুদ্ৰ মাৰণাস্ত্ৰ নিক্ষেপ কৰে ৷ পাক্ সেনাৰ এই কাৰ্যক বাধা প্ৰদান কৰাৰ বাবেই দুয়ো দেশৰ সেনাৰ মাজত সংঘটিত হয় গুলিয়াগুলিৰ ঘটনা ৷

লগতে পঢ়ক- আন্দোলন চলাবলৈ সুকীয়া মঞ্চ গঠন কৰাৰ প্ৰয়োজন"-হেমেন দাস

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.