ETV Bharat / bharat

ইটানগৰত ভূমিস্খলন, শিশুৰ মৃত্যু

ৰাজ্যখনত হৈ থকা ধাৰাসাৰ বৰষুণৰৰ ফলত অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰ ইটানগৰৰ দৈনি কলনীত বৃহস্পতিবাৰে পুৱা এই দুৰ্ঘটনাটো সংঘটিত হয় ৷

author img

By

Published : Jun 26, 2020, 4:12 AM IST

শিশুৰ মৃত্যু
শিশুৰ মৃত্যু

তেজপুৰ, ২৫ জুনঃ অৰুণাচল প্ৰদেশৰ পাপুম পাৰে জিলাৰ ইটানগৰৰ দৈনি অৱাসীক এলেকাত ভয়াবহ ভূমিস্খলনে প্ৰাণ ললে এটি শিশুৰ । আনহাতে কথামপি ৰক্ষা পৰে আন এটি শিশু ৷

যোৱা কেইবাদিনো ধৰি পাহাৰীয়া ৰাজ্যখনত হৈ থকা ধাৰাসাৰ বৰষুণৰৰ ফলত অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰ ইটানগৰৰ দৈনি কলনীত বৃহস্পতিবাৰে পুৱা এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ ভূমিস্খলনৰ সময়ত ঘৰৰ ভিতৰত শিশু এটি শুই আছিল ৷

অৰুণাচল প্ৰদেশৰ ৰাজধানীত ভূমিস্খলন

পাহাৰীয়া এঢলীয়া মাটি খহি যোৱাত তৎক্ষণাত সমগ্ৰ ঘৰটো বোকা মাটিৰে ঢাক খাই পৰে ৷ তাৰ পিছতে অৰুণাচল প্ৰদেশৰ স্থানীয় আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ ৩ বছৰীয়া কন্যা ইউৰা য়ামক ৰ শ দেহ মাটিয়ে পুতি পেলোৱা ঠাইৰ পৰা উদ্ধাৰ কৰাৰ লগতে ৫ বছৰীয়া আন এটি শিশুক আহত অৱস্থাত উদ্ধাৰ কৰি ইটানগৰৰ ৰাম কৃষ্ণ মিছন চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

উল্লেখযোগ্য যে পাহাৰীয়া ৰাজ্যখনৰ ৰাজধানী চহৰত ২০১৯ বৰ্ষত অৰুণাচল প্ৰদেশ আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্য্যালয়ৰ সমীপত ভূমিস্খলন হৈ চাৰিজন লোক নিহত হোৱাৰ লগতে বহু সম্পত্তি বিনষ্ট হৈছিল ৷

লগতে পঢ়কঃ মুক্ত ভাৰতৰ অন্ধকাৰময় অধ্যায়ঃ জৰুৰীকালীন অৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.