ETV Bharat / bharat

লাডাখৰ বিজেপি নেতাৰ মন্তব্যক কটাক্ষ গুলাম নবী আজাদৰ - সাংসদ

ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা গুলাম নবী আজাদে শনিবাৰে লাডাখ অঞ্চলৰ বিজেপি নেতাই পূব লাডাখ আৰু চীনৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষক সমাধান কৰিবলৈ বিজেপি নেতাই প্ৰদান কৰা বক্তব্যক হাস্যৰস হিচাপে টুইট কৰিছে । নেতা গৰাকীয়ে লাডাখৰ বিজেপি সাংসদ, লেহ জিলাৰ বিজেপিৰ অধ্যক্ষ আৰু লাডাখ স্বায়ত্ব হিল কাউন্সিলৰ কাউন্সিলাৰে চীনৰ সংঘৰ্ষৰ পিচত মন্তব্য সমূহৰ ভিডি'অ টুইট কৰে ।

ladakh-bjp-leaders-talk-of-chinese-intrusion-says-ghulam-nabi-azad-posts-videos

author img

By

Published : Jul 5, 2020, 7:13 PM IST

নিউজ ডেস্ক, ৫ জুলাই : ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা গুলাম নবী আজাদে শনিবাৰে লাডাখ অঞ্চলৰ বিজেপি নেতাই পূব লাডাখ আৰু চীনৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষক সমাধান কৰিবলৈ বিজেপি নেতাই প্ৰদান কৰা বক্তব্যক হাস্যৰস হিচাপে টুইট কৰিছে ।

ladakh-bjp-leaders-talk-of-chinese-intrusion-says-ghulam-nabi-azad-posts-videos
লাডাখৰ বিজেপি নেতাৰ মন্তব্যক কটাক্ষ গুলাম নবী আজাদৰ

নেতা গৰাকীয়ে লাডাখৰ বিজেপিৰ সাংসদ, লেহ জিলাৰ বিজেপিৰ অধ্যক্ষ আৰু লাডাখ স্বায়ত্ব হিল কাউন্সিলৰ কাউন্সিলাৰে চীনৰ সংঘৰ্ষৰ পিচত মন্তব্য কৰা ভিডি'অ সমূহ টুইট কৰে ।

  • Look what Jamyang Tsering Namgyal, BJP MP from Ladakh is saying about continuous intrusions by China.
    Is he also a Congressman ? pic.twitter.com/oN2K0fIPfh

    — Ghulam Nabi Azad (@ghulamnazad) July 4, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আজাদে লেহ জিলাৰ বিজেপিৰ অধ্যক্ষ গৰাকীৰ মন্তব্য সমূহ বিশ্লেষণ কৰি দেখুৱাই যে, এইগৰাকী হৈছে জিলাখনৰ বিজেপিৰ অধ্যক্ষ যিয়ে দাবী জনাইছে যে, চীনে লাডাখ অঞ্চলত প্ৰবেশ কৰি সমস্যাৰ সৃষ্টি কৰিছিল । লগতে, বিজেপিৰ উপৰোক্ত তিনিওজন নেতাৰ ভিডিঅ' আপলোড কৰি তেওঁলোকক ৰাজনৈতিকভাবে টুইটত ইতিকিং কৰা পৰিলক্ষিত হৈছে ।

  • Listen the words of Konchok Stanzin, Executive Councillor of Ladakh Autonomous Hill Council of BJP represents Pangong, Chushul, Phobrang, Hot Spring, Galwan Valley, entire area intruded by China.
    He is born at the bank of Pangong lake Lukung Phobrang. He is a staunch BJP leader. pic.twitter.com/kPir6DTMcF

উল্লেখযোগ্য যে, ১৫ জুলাইত লাডাখ অঞ্চলৰ গালৱান সীমান্তত চীন আৰু ভাৰতৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈ ২০ জন ভাৰতীয় সেনা নিহত হৈছিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.