ETV Bharat / bharat

ৰাজস্থানৰ চিকিৎসালয়ত নিহত শিশুৰ সংখ্যা 102 লৈ বৃদ্ধি - Child Death at JK Lon Hospital

ৰাজস্থানৰ কোটা জিলাৰ জে কে লন হাস্পতালত বছৰটোৰ প্ৰথম দুদিনতে মৃত্যুক সাৱতি লয় দুটিকৈ শিশুৱে ৷ ইয়াৰ পিচতেই চিকিৎসালয়খনত নিহত শিশুৰ সংখ্যা 102 গৰাকীলৈ বৃদ্ধি পায় ৷

ৰাজস্থান কোটাত নিহত 102টা শিশু
ৰাজস্থান কোটাত নিহত 102টা শিশু
author img

By

Published : Jan 2, 2020, 5:40 PM IST

নেশ্বনেল ডেস্ক, 2 জানুৱাৰীঃ বছৰটোৰ প্ৰথম দুদিনতে ৰাজস্থানৰ কোটা জিলাৰ জে কে লন হাস্পতালত মৃত্যুক সাৱতি লয় দুটিকৈ শিশুৱে ৷ ইয়াৰ পূৰ্বেও চিকিৎসালয়খন নৱজাতকৰ মৃত্যু হৈছিল আৰু বিষয়টো লৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অশোক গেহলটে উচ্চ পৰ্যায়ৰ তদন্তৰ আশ্বাস প্ৰদান কৰিছিল ৷ বছৰটো আৰম্ভনিতে দুটিকৈ নৱজাতকৰ মৃত্যুৱে এই পৰিসংখ্যা 102 লৈ বৃদ্ধি কৰে ৷ চিকিৎসালয়খনৰ অধীক্ষক ডাঃ সুৰেশ ডুলাৰাই এই কথা প্ৰকাশ কৰিছে ৷

লগতে পঢ়কঃ 2021ত ভাৰতৰ মিচন ‘গগণযান’

অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, বিগত তিনি দিনত চিকিৎসালয়খনত 8গৰাকীকৈ নৱজাতকৰ মৃত্যু হৈছিল ৷ অৱশ্যে চিকিৎসালয়খনৰ শিশু বিভাগৰ দায়িত্বত থকা অমৃতলাল বৈৰাৱাই ঘটনাটো অস্বীকাৰ কৰি এয়া চিকিৎসকৰ ভুল নহয়, কিন্তু অসুৰক্ষিত গৰ্ভধাৰণৰ বাবেই সংঘটিত হোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ বিগত বৰ্ষত কোটা জিলাৰ এইখন চিকিৎসালয়ত নিহতৰ সংখ্যা আছিল 963 গৰাকী ৷ ইয়াক লৈ এখন কমিটী গঠন কৰা গৈছিল আৰু কমিটীখনে চিকিৎসালয়ত অক্সিজেন পাইপলাইনকে ধৰি প্ৰচণ্ড ঠাণ্ডাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি হোৱা বুলি প্ৰতিবেদন প্ৰকাশ কৰিছিল ৷

লগতে পঢ়কঃ পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ পৃথিৱীৰ বৃহত্তম 'যতঁৰ'

উল্লেখ্য যে, চিকিৎসালয়খনত 23 আৰু 24 ডিচেম্বৰত 10গৰাকীকৈ নৱজাতকৰ মৃত্যু হৈছিল ৷ ঘটনাৰ পিচতেই ৰাজস্থানৰ ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে কোটা জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য-শিক্ষা বিভাগৰ সচিবক ঘটনাৰ এক তদন্ত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল ৷ ঘটনাক লৈ মুখ্যমন্ত্ৰী অশোক গেহলটে তদন্তৰ আশ্বাস প্ৰদান কৰি দোষীসকলক উপযুক্ত শাস্তি প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰিছিল ৷ ৰাজ্যখনৰ স্বাস্থ্য-শিক্ষা বিভাগৰ সচিব বৈভৱ গালেৰিয়াই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চিকিৎসালয়খন পৰিভ্ৰমণ কৰি এক প্ৰতিবেদন দাখিল কৰিছিল ৷ ঘটনাক লৈ লোকসভাৰ অধ্যক্ষ তথা কোটা লোকসভা সমষ্টিৰ সাংসদ, ওম বিৰলাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি শীঘ্ৰেই ঘটনাৰ উচিত তদন্ত দাবী কৰিছিল ৷

Intro:Body:

Jaipur, Jan 2 (IANS) Two more children died in the JK Lon hospital in Rajasthan's Kota district on the first two days of the new year, taking the death toll to 102, confirmed hospital superintendent Suresh Dulara to IANS.

Ten kids have died in the last three days, as eight kids died on December 30 and 31 and two more kids died on January 1 and 2.

Dulara said that these two kids were critically ill and were in the Intensive Care Unit (ICU).

Meanwhile, JK Lon's paediatrician department's chief Amritlal Bairwa said the eight kids who died in the last two days of the year were premature deliveries, and not due to not any fault on doctors' part. The weight of the new borns was too less and also their relatives did not follow proper instructions during delivery due to which the pregnant mothers came to the hospital in serious condition, said Bairwa.

The JK Lon Hospital registered 963 deaths in 2019. The committee formed after much furore, in its report concluded that the deaths were reported due to lack of oxygen pipeline in the hospital and extreme cold conditions.

Dulara further said: "As compared to other government hospitals, this number stands quite low. Also, one death a day means that death rate is falling down in this hospital, which witnessed 91 deaths in December last year."

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.