ETV Bharat / bharat

পশ্চিমবংগ আৰক্ষীৰ জালত আন এটা জেএমবি সন্ত্ৰাসবাদী - 2018 চনৰ বোধ গয়া বিস্ফোৰণ

পশ্চিমবংগ আৰক্ষীৰ এছ টিএফে বিশেষ তথ্যৰ ভিত্তিত বিগত শনিবাৰে ইষ্ট কেনেল ৰোডৰ গজনাভি ব্ৰীজৰ পৰাই গ্ৰেপ্তাৰ কৰিছিল মহম্মদ আবুল কাচেম,আব্দুল বাৰি,নিজামুদ্দিন খান নামৰ জামাতুল মুজাহিদীন বাংলাদেশৰ সন্ত্ৰাসবাদীকেইটা ৷ সন্ত্ৰাসবাদীকেইটাৰ ভাষ্যৰ ভিত্তিতে চেন্নাইৰ আন এজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে এছটিএফে ৷

পশ্চিমবংগ আৰক্ষীৰ জালত আন এটা জেএমবি সন্ত্ৰাসবাদী
author img

By

Published : Sep 10, 2019, 10:30 PM IST

নিউজ ডেস্ক, 10 ছেপ্তেম্বৰঃ পশ্চিমবংগ আৰক্ষীৰ জালত পৰিছে জামাতুল মুজাহিদীনৰ আন এক সন্ত্ৰাসবাদী ৷ বিগত শনিবাৰে তিনিগৰাকীকৈ জামাতুল মুজাহিদীন বাংলাদেশৰ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছিল পশ্চিমবংগ আৰক্ষীৰ এছটিএফে ৷

পশ্চিমবংগ আৰক্ষীৰ জালত আন এটা জেএমবি সন্ত্ৰাসবাদী
ধৃত সন্ত্ৰাসবাদীটো আছাদুল্লা শ্বেইখ ওৰফে ৰাজা

আৰক্ষীৰ প্ৰাৰম্ভিক অনুসন্ধানত,সন্ত্ৰাসবাদীকেইটাৰ পৰা জব্দ কৰা লেপটপৰ পৰা উদ্ধাৰ হৈছিল দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ কেতবোৰ গোপনীয় তথ্য ৷ বিশেষকৈ সেনাবাহিনী আৰু চি আৰ পি এফৰ বহুটো গোপন তথ্য সংৰক্ষণ কৰি ৰাখিছিল সন্ত্ৰাসবাদীকেইটাই ৷ দেশৰ সুৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা এইসমূহ তথ্য প্ৰকাশৰ পৰা বিৰত থাকে যদিও সেনা আৰু চি আৰ পিএফৰ দলে সন্ত্ৰাসবাদীকেইটাক চলোৱা মাৰাথন জেৰাৰ অন্তত আনটো সন্ত্ৰাসবাদীক চেন্নাইৰ পৰা আটক কৰিবলৈ সক্ষম হয় বিশেষ অভিযানকাৰী দলটোৱে ৷

আৰু পঢ়কঃ সন্ত্ৰাসবাদীৰ হাতত সেনা আৰু চি আৰ পিএফৰ গোপন তথ্য

পশ্চিমবংগ আৰক্ষীৰ এছ টিএফৰ জালত পৰা জেএমবি সন্ত্ৰাসবাদীটোক আছাদুল্লা শ্বেইখ ওৰফে ৰাজা বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ শ্বেইখ পশ্চিমবংগৰ পূৰ্ব বৰ্ধমান জিলাৰ বাসিন্দা আৰু আৰক্ষীৰ পৰা বাচিবলৈ চেন্নাইৰ নিলানগাৰাই অঞ্চলত লুকাই আছিল ৷ শ্বেইখৰ পৰা আৰক্ষীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ নথি জব্দ কৰাৰ লগতে ট্ৰানজিট ৰিমাণ্ডৰ বাবে চেন্নাইৰ আলান্দুৰ আদালতত হাজিৰ কৰায় ৷ উল্লেখ্য যে, আগষ্ট মাহৰ শেষৰ পৰা এতিয়ালৈকে পশ্চিমবংগ আৰক্ষীয়ে পাঁচগৰাকী জেএমবি সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ 2018 চনৰ বোধ গয়া বিস্ফোৰণৰ মূল অভিযুক্ত জেএমবি সন্ত্ৰাসবাদীটোক বিহাৰৰ পৰা বিগত সপ্তাহত গ্ৰেপ্তাৰ কৰিছিল ৷

Intro:Body:

Kolkatta STF arrests JMB leader in Chennai

Chennai: 

A banned outfit leader was arrested by the West Bengal's Special Task Force (STF), on charges of criminal conspiracy and attempting to wage a war against the government of India, in Chennai, on Tuesday. 

The suspect identified as - Asadullah Sheik alias Raja, (35),  leader of for his alleged connections to Jamaat-ul-Mujahideen Bangladesh (JMB), was arrested from Thoraipakkam, in an inter-state operation. 

The suspect was being produced before a magistrate Court in Alandur and a transit warrant was issued. 

The arrest comes in the offshoot of investigation into the incident of two bombs being found while Dalai Lama was visiting Bodh Gaya pilgrimage centre in January 2018. While Bihar Police identified explosives, the case was taken up by NIA which picked up Nazir Sheik of Hyderabad. 

During interrogations, Nazir Sheik has reportedly revealed the details of Asadullah Sheik hiding in Chennai. The arrested JMB leader's involvement into planting IEDs at Bodh Gaya when the Dalai Lama was visiting in January 2018. 

In an earlier incident, on July 2013, the pilgrimage centre Bodh Gaya was rocked by a series of explosions. Though it did not result in any fatalities, several including foreigners were injured. 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.