ETV Bharat / bharat

কেৰালাৰ হিচাপ নিৰীক্ষক কেলেংকাৰীঃ তৎকালীনভাবে বিষয়াক নিলম্বন

শনিবাৰে কেৰালাৰ তিৰুৱন্তমপুৰত হিচাপ নিৰীক্ষক কাৰ্যালয়ৰ এগৰাকী বিষয়াই জিলা উপায়ুক্তৰ বেংক একাউন্টৰ 2 কোটি টকা হৰণ-ভগন কৰাৰ অভিযোগত বিষয়া গৰাকীক নিলম্বিত কৰা হয় ৷

author img

By

Published : Aug 2, 2020, 10:29 PM IST

Kerala Sub-Treasury scam: Accounts Officer suspended
কেৰেলাৰ হিচাপ নিৰীক্ষক কেলেংকাৰীঃ তৎকালীনভাবে বিষয়াক নিলম্বন

নিউজ ডেস্ক, 2 আগষ্ট : শনিবাৰে কেৰালাৰ তিৰুৱন্তমপুৰত হিচাপ নিৰীক্ষক কাৰ্যালয়ৰ এগৰাকী বিষয়াই জিলা উপায়ুক্তৰ বেংক একাউন্টৰ 2 কোটি টকা হৰণ-ভগন কৰাৰ অভিযোগত বিষয়া গৰাকীক তৎকালীনভাবে নিলম্বিত কৰা হয় ৷

বীজু লাল নামৰ বিষয়া গৰাকীক তৎকালীনভাবে নিলম্বিত কৰা হয় ৷ কিয়নো অভিযোগ অনুসৰি, বিষয়া গৰাকীয়ে ব্যক্তিগত একাউন্টত 60 লাখ টকা লুন্ঠন কৰিছিল ৷ উক্ত ঘটনাৰ পিচতে হিচাপ নিৰীক্ষক বিভাগে আৰক্ষীৰ ওচৰত এক গোচৰ ৰুজু কৰিছিল আৰু ঘটনাৰ উচিত তদন্ত বিচাৰিছিল ৷

উল্লেখ্য যে, উক্ত টকা লুন্ঠন কৰাৰ বাবে অৱসৰপ্ৰাপ্ত বিষয়া এগৰাকীৰ একাউন্ট ব্যবহাৰ কৰা হৈছিল যিটো একাউন্টৰ পাছৱৰ্ড বিশেষ পদ্ধতিৰ জৰিয়তে উলিওৱা হৈছিল ৷

লগতে পঢ়ক : সুশান্তৰ আত্মহত্যাৰ ঘটনাৰ তদন্তৰ বাবে মুম্বাইলৈ ৰাওনা হ'ল পাটনাৰ আৰক্ষী অধীক্ষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.