ETV Bharat / bharat

কেৰালা বান ক্ষতিগ্ৰস্থৰ বাবে 121 টা "ৰামোজী হাউচ" - কেৰালাৰ আলাপুৰা জিলা বান ক্ষতিগ্ৰস্থ নিউজ

ৰামোজী গ্ৰুপৰ ইনাডু ৰিলিফ ফাণ্ডৰ অধীনত কুডুমশ্ৰী মহিলা আত্মসহায়ক গোটৰ 55 গৰাকী মহিলা কৰ্মীৰ দ্বাৰা মাত্ৰ 40 দিনত নিৰ্মাণ কৰি উলিওৱা হৈছে গৃহসমূহ ৷ এই গৃহনিৰ্মাণ প্ৰকল্পটোৱে অতি কম সময়ৰ ভিতৰতে বান-ক্ষতিগ্ৰস্থ লোকসকলৰ বাবে গৃহ নিৰ্মাণ কৰি উলিওৱাৰ ক্ষেত্ৰত অভিলেখৰ অধিকাৰী হ'বলৈ সক্ষম হৈছে ৷

121 টা "ৰামোজী হাউচ"
author img

By

Published : Nov 17, 2019, 4:36 PM IST

নেশ্বনেল ডেস্ক, 17 ডিচেম্বৰঃ কেৰালাৰ আল্লাপুৰা জিলাত বান-ক্ষতিগ্ৰস্থ লোকসকলৰ বাবে নিৰ্মাণ কৰা 121টা গৃহ মুকলিৰ বাবে সাজু হৈ উঠিছে ৷

ৰামোজী গ্ৰুপৰ ইনাডু ৰিলিফ ফাণ্ডৰ অধীনত কুডুমশ্ৰী মহিলা আত্মসহায়ক গোটৰ 55 গৰাকী মহিলা কৰ্মীৰ দ্বাৰা মাত্ৰ 40 দিনত নিৰ্মাণ কৰি উলিওৱা হৈছে গৃহসমূহ ৷ এই গৃহনিৰ্মাণ প্ৰকল্পটোৱে অতি কম সময়ৰ ভিতৰতে বান-ক্ষতিগ্ৰস্থ লোকসকলৰ বাবে গৃহ নিৰ্মাণ কৰি উলিওৱাৰ ক্ষেত্ৰত অভিলেখৰ অধিকাৰী হ'বলৈ সক্ষম হৈছে ৷

বান ক্ষতিগ্ৰস্থসকলৰ বাবে "ৰামোজী হাউচ"

লগতে পঢ়কঃ 2020 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব ৰাম মন্দিৰ নিৰ্মাণ কাৰ্য

আল্লাপুৰা জিলাৰ উপ-জিলা অধিকাৰী ভি আৰ কৃষ্ণটেজাৰ তত্বাৱধানত মাটিৰ পৰা ডেৰ ফুট ওপৰত নিৰ্মাণ কৰা হৈছে গৃহসমূহ ৷ গৃহসমূহ ইয়াৰ বাসিন্দাসকলক ভৱিষ্যতে বানৰ কৱলৰ পৰা ৰক্ষা কৰিব পৰাকৈ নিৰ্মাণ কৰি উলিওৱা হৈছে ৷

ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা গৃহসমূহ আগন্তুক ডিচেম্বৰ মাহৰ 8 তাৰিখে জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হ'ব ৷ কেৰালাৰ মুখ্যমন্ত্ৰী পিন্নাৰাই বিজয়নে গৃহসমূহ বান-ক্ষতিগ্ৰস্থ লোকসকলক অৰ্পন কৰিব ৷ গৃহসমূহৰ উদ্বোধনী অনুষ্ঠানত কেৰালা চৰকাৰৰ বহুকেইগৰাকী মন্ত্ৰীকে ধৰি, ৰাজনৈতিক নেতা, সাংস্কৃতিক কৰ্মী আৰু ফিল্ম তাৰকাসকল উপস্থিত থাকিব ৷

Intro:Body:

কেৰালা বান ক্ষতিগ্ৰস্থৰ বাবে ৰামোজী গ্ৰুপে নিৰ্মাণ কৰিলে 121 টা গৃহ

কেৰালাৰ আলাপুৰা জিলাত বানত ক্ষতিগ্ৰস্থ লোকসকলৰ বাবে 121 টা গৃহ নিৰ্মাণ কৰিছে ৰামোজী গ্ৰুপে ৷ ৰামোজী গ্ৰুপৰ ইনাডু ৰিলিফ ফাণ্ডৰ অধীনত মাত্ৰ 40 দিনৰ ভিতৰত নিৰ্মাণ কৰি উলিওৱা হৈছে এই গৃহসমূহ ৷ আগন্তুক ডিচেম্বৰ মাহৰ 8 তাৰিখত গৃহকেইটা বান-ক্ষতিগ্ৰস্থ লোকসকলক অৰ্পন কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিন্নাৰাই বিজয়নে ৷ 

নেশ্বনেল ডেস্ক, 17 ডিচেম্বৰঃ কেৰালাৰ আলাপুৰা জিলাত বান-ক্ষতিগ্ৰস্থ লোকসকলৰ বাবে নিৰ্মাণ কৰা 121টা গৃহ মুকলিৰ বাবে সাজু হৈ উঠিছে ৷ ৰামোজী গ্ৰুপৰ ইনাডু ৰিলিফ ফাণ্ডৰ অধীনত কু়ডুমশ্ৰী মহিলা আত্মসহায়ক গোটৰ 55 গৰাকী মহিলা কৰ্মীৰ দ্বাৰা মাত্ৰ 40 দিনত নিৰ্মাণ কৰি উলিওৱা হৈছে গৃহসমূহ ৷ এই গৃহনিৰ্মাণ প্ৰকল্পটোৱে অতি কম সময়ৰ ভিতৰতে বান-ক্ষতিগ্ৰস্থ লোকসকলৰ বাবে গৃহ নিৰ্মাণ কৰি উলিওৱা অভিলেখৰ অধিকাৰী হ'বলৈ সক্ষম হৈছে ৷ 

আলাপুৰা জিলাৰ উপ-জিলা অধিকাৰী ভি আৰ কৃষ্ণটেজাৰ প্ৰত্যক্ষ নিৰীক্ষণত মাটিৰ পৰা দেৰ ফুট ওপৰত নিৰ্মাণ কৰা হৈছে গৃহসমূহ ৷ গৃহসমূহ ইয়াৰ বাসিন্দাসকলক ভৱিষ্যতে বানৰ কৱলৰ পৰা ৰক্ষা কৰিব পৰাকৈ নিৰ্মাণ কৰি উলিওৱা হৈছে ৷ 

ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা গৃহসমূহ আগন্তুক ডিচেম্বৰ মাহৰ 8 তাৰিখে জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হ'ব ৷ কেৰালাৰ মুখ্যমন্ত্ৰী পিন্নাৰাই বিজয়নে গৃহসমূহ বান-ক্ষতিগ্ৰস্থ লোকসকলক অৰ্পন কৰিব ৷ গৃহসমূহৰ উদ্বোধনী অনুষ্ঠানত কেৰালা চৰকাৰৰ বহুকেইগৰাকী মন্ত্ৰীকে ধৰি, ৰাজনৈতিক নেতা, সাংস্কৃতিক কৰ্মী আৰু ফিল্ম তাৰকাসকল উপস্থিত থাকিব ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.