ETV Bharat / bharat

8 লাখৰ পৰা 41 লাখ টকালৈ বৃদ্ধি কেজৰিৱালৰ সম্পত্তি - দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে নিজৰ মনোনয়ন দাখিল কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৷ লগতে নিজৰ সম্পত্তিৰ হিচাপো দাখিল কৰে তেওঁ ৷

Kejriwal's movable assets up Rs 8 lakh, wife's by Rs 41 lakh
8 লাখৰ পৰা 41 লাখ টকালৈ বৃদ্ধি কেজৰিৱালৰ সম্পত্তি
author img

By

Published : Jan 22, 2020, 11:07 PM IST

নেশ্যনেল ডেস্ক, 22 জানুৱাৰীঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মঙলবাৰে দাখিল কৰে নিজৰ সম্পত্তিৰ হিচাপ ৷ অহা 8 ফেব্ৰুৱাৰীৰ দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে নিজৰ মনোনয়ন দাখিল কৰি তেওঁৰ সম্পত্তিৰ হিচাপ দাখিল কৰে ৷ 2015 চনৰ পিচত প্ৰায় 8 লাখ টকা আৰু তেওঁৰ পত্নীৰ 41 লাখ টকা অধিক হিচাপে বিবেচিত হয় ৷

উল্লেখ্য যে 2015 বৰ্ষত কেজৰিৱালৰ নিজৰ সম্পত্তিৰ মূল্য 2,26,005 টকা হিচাপে ঘোষণা কৰিছিল ৷ বৰ্তমান অৰ্থাৎ 2020 চনত এই সম্পত্তি 9,95,741 টকালৈ বৃদ্ধি হয় ৷ নিৰ্বাচনী আয়োগক দাখিল কৰা মনোনয়ন পত্ৰত তেওঁ উল্লেখ কৰে যে বিগত 5 বছৰত কোনোধৰণৰ নতুন সম্পত্তি ক্ৰয় কৰা নাই ৷

2015 চনত তেওঁৰ স্ব-অৰ্জিত সম্পত্তিৰ মূল্য 92 লাখ টকা আছিল যদিও সময়ৰ লগতে বজাৰ মূল্য বৃদ্ধিৰ বাবে ই 1.77 কোটি টকালৈ বৃদ্ধি হয় ৷ তেওঁ 1998 চনত গাজিয়াবাদত 3.5 লাখ টকাৰে এক সম্পত্তি ক্ৰয় কৰিছিল আনহাতে 2015 চনত ইয়াৰ আনুমানিক বজাৰ মূল্য 55 লাখ টকা হয়গৈ ৷ কিন্তু বৰ্তমান 2020 চনত ইয়াৰ মূল্য দুগুণ বৃদ্ধি হৈ 1.4 কোটি টকা হৈছে ৷

কেজৰিৱালে কয় যে তেওঁৰ পত্নী সুনীতাই 2010 চনত গুৰুগ্ৰামত 61 লাখ টকাৰে এটা আৱাসিক সম্পত্তি ক্ৰয় কৰিছিল ৷ 2015 চনত ইয়াৰ বজাৰ মূল্য 1 কোটি টকা হৈছিলগৈ ৷

আৰু পঢ়কঃঝাৰখণ্ডৰ ঝাৰিয়া দেশৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত চহৰ

Intro:Body:

New Delhi, Jan 21 (IANS) The total movable assets of Delhi Chief Minister Arvind Kejriwal, who on Tuesday filed his nomination for the February 8 Assembly elections, have gone up by about Rs 8 lakh since 2015 and that of his wife by Rs 41 lakh.

In 2015, Kejriwal declared the value of his movable assets at Rs 2,26,005, which has increased to Rs 9,95,741 in 2020 - an increase of Rs 7,69,736. The self-acquired immovable property of Kejriwal and his wife remained roughly the same as in 2015.

In the affidavit filed with the Election Commission, Kejriwal, who is contesting from the New Delhi seat for the third consecutive time, announced that he has not bought any new immovable asset in the last five years.

The worth of Kejriwal's self-acquired immovable property was Rs 92 lakh in 2015, but, with an increase in the market value of the property, it has now jumped to Rs 1.77 crore.

He had bought a property in Indirapuram, Ghaziabad in 1998 at a cost of Rs 3.5 lakh, and its 'current approximate market value' was Rs 55 lakh in 2015, but it has now doubled to Rs 1.4 crore in 2020. He has inherited a property in Haryana and its worth remained the same since 2015 -- Rs 37 lakh.

Kejriwal said his wife Sunita bought a residential property in 2010 in Gurugram at a cost of Rs 61 lakh. Its market value was Rs 1 crore in 2015, and remained the same in 2020.

Her movable assets had increased from Rs 15,28,361 in 2015 to Rs 57,07,791 in 2020.

While Kejriwal had "nil" liabilities, his wife has loans worth Rs 41 lakh in 2015, which became "nil" now. She had a home loan worth Rs 30 lakh from SBI, and had borrowed Rs 11 lakh from relatives in 2015.

The gold and silver owned by Sunita, a housewife and retired government officer, had increased in five years. While she now owned 320 grams of gold, against 300 grams in 2015, she now has one kg silver, up from 500 grams in 2015.

Also, while the family was not owning any car in 2015, Sunita owns a Maruti Baleno, 2017 model, as of 2020.

While the Chief Minister had 10 cases against him in 2015, as of 2020, there are 13 pending cases against him.

In 2013-14, Kejriwal's total income was Rs 2,07,330 which increased to Rs 2,81,375 in 2018-19. The same for his wife in 2013-14 was Rs 11,83,390 but has reduced to Rs 9,94,790 in 2018-19.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.