ETV Bharat / bharat

ষড়যন্ত্ৰৰ বলি চিদাম্বৰম - karti chidambaram expressed reaction on fathers arrest

পিতৃক গ্ৰেপ্তাৰৰ পাছতেই পুত্ৰৰ প্ৰতিক্ৰিয়াঃ চিদাম্বৰমক গ্ৰেপ্তাৰৰ ঘটনা ৰাজনৈতিক ষড়যন্ত্ৰ ৷

ষড়যন্ত্ৰৰ বলি চিদাম্বৰম
author img

By

Published : Aug 22, 2019, 11:05 AM IST

নিউজ ডেক্স, 22 আগষ্টঃ প্ৰাক্তন বিত্ত মন্ত্ৰী চিদাম্বৰমক গ্ৰেপ্তাৰৰ পাছতে তেওঁৰ পুত্ৰ কাৰ্তি চিদাম্বৰমে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে, বিজেপি চৰকাৰে কেৱল প্ৰতিশোধ পূৰণৰ বাবে তেওঁৰ পিতৃক গ্ৰেপ্তাৰ কৰিছে ৷ লগতে এই ঘটনা ৰাজনৈতিক ষড়যন্ত্ৰৰ বাহিৰে আন একো নহয় বুলিও মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰীজনৰ পুত্ৰই ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.