ETV Bharat / bharat

কৰ্ণাটকৰ 15টা বিধানসভা সমষ্টিত অনুষ্ঠিত ভোটগ্ৰহণ - বি.এছ য়েদুৰাপ্পা

বিধানসভাখনত বৰ্তমান বিজেপিৰ 105 জন,কংগ্ৰেছৰ 66 জন,আৰু জে.ডিৰ 34জন বিধায়ক আছে ৷ চলিত নিৰ্বাচনত 165 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 156 গৰাকী পুৰুষ হোৱাৰ বিপৰীতে 9 গৰাকী মহিলা প্ৰাৰ্থী আছে ৷

সমাপ্ত হ'ব সন্ধিয়া 6 বজাত
পুৱা 7বজাত আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া
author img

By

Published : Dec 5, 2019, 3:42 PM IST

নেচনেল ডেস্ক, 6 ডিচেম্বৰ: আজি কৰ্ণাটকৰ 15টা বিধানসভা সমষ্টিত অনুষ্ঠিত হয় ভোটগ্ৰহণ ৷ যাৰ ফলাফলে ভাগ্য নিৰ্ণয় কৰিব ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বি.এছ য়েদুৰাপ্পা নেতৃত্বধীন বিজেপি চৰকাৰখনৰ ৷ পুৱা 7 বজাত আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হ'ব সন্ধিয়া 6 বজাত ৷ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব 9 ডিচেম্বৰত ৷

ফলাফল ঘোষণা কৰা হ'ব 9 ডিচেম্বৰত
কৰ্ণাটকৰ 15টা বিধানসভা সমষ্টিত অনুষ্ঠিত ভোটগ্ৰহণ

ৰাজ্যখনৰ বিধানসভাৰ 17টা খালী পদ পুৰণৰ অৰ্থে এই উপ-নিৰ্বাচন অনুষ্ঠিত কৰা হয় ৷ 225টা বিধানসভাত বিজেপি দল সংখ্যাগৰিষ্ঠ হিচাপে থাকিবলৈ হ'লে 6 খন আসন দখল কৰিব লাগিব ৷ য'ত,মাস্কি আৰু আৰ.আৰ নগৰ আসন দুখন বৰ্তমানেও খালী হৈ আছে ৷

বিধানসভা খনত বৰ্তমান বিজেপিৰ 105 জন,কংগ্ৰেছৰ 66 জন,আৰু জে.ডিৰ 34জন বিধায়ক আছে ৷ চলিত নিৰ্বাচনত 165 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 156 গৰাকী পুৰুষ হোৱাৰ বিপৰীতে 9 গৰাকী মহিলা প্ৰাৰ্থী আছে ৷

884টা কেন্দ্ৰক সংকটজনক হিচাপে চিহ্নিত
নিৰ্বাচন সুচাৰু ৰূপত আগবঢ়াই নিয়াৰ ব্যৱস্থা কৰিছে নিৰ্বাচন আয়োগ আৰু আৰক্ষী প্ৰশাসনে

উপ-নিৰ্বাচনৰ ক্ষেত্ৰসমূহ হৈছে অথানী,কাগবাড়,গৌকক,য়েলাপুৰ,হিৰেকৰ,ৰাণীবেণুৰ,বিজয়নগৰ,চিকবল্লপুৰ,কে.আৰ পুৰম,যশোৱন্তপুৰ, মহালক্ষ্মী লে-আউট,শিৱাজীনগৰ,হ'চকোটে,কে.আৰ পেট আৰু হুনচুৰ ৷

9 ডিচেম্বৰত ঘোষণা কৰা হ'ব নিৰ্বাচনৰ ফলাফল

পোলিং বিষয়ববীয়া সকলে 884 টা কেন্দ্ৰক সংকটজনক হিচাপে চিহ্নিত কৰিছে ৷ 414টা কেন্দ্ৰ CAPFৰ দ্বাৰা সঞ্চালন কৰা হ'ব ৷ নিৰ্বাচন আয়োগ আৰু আৰক্ষী প্ৰশাসনে 15টা নিৰ্বাচন ক্ষেত্ৰতে উপ-নিৰ্বাচন সুচাৰু ৰূপত আগবঢ়াই নিয়াৰ ব্যৱস্থা কৰিছে ৷

লগতে পঢ়ক: কেবিনেটত গৃহীত কেব: সমগ্ৰ ৰাজ্যত জ্বলিছে নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি

ZCZC
PRI GEN NAT
.BENGALURU MDS13
KA-BYPOLLS
Crucial bypolls in Karna on Thursday; Outcome will decide BJP
govt's fate
Bengaluru, Dec 4 (PTI) The crucial byelections to 15
assembly constituencies in Karnataka that will determine the
fate of Chief Minister B S Yediyurappa led BJP government will
be held on Thursday amid concerns of political parties of a
possible low voter turn out.
Polling will be held between 7 am to 6 pm on Thursday in
the 15 constituencies where a total of 37.78 lakh electors are
eligible to cast their votes and all arrangements have been
made for the exercise, officials said.
The byelections are being held to fill the vacancies
caused by the disqualification of 17 rebel Congress and JDS
MLAs, whose rebellion led to the collapse of the H D
Kumaraswamy-led coalition government in July and paved the way
for the BJP to come to power.
The BJP needs to win at least six of the seats to remain
in majority in the 225-member assembly (including the Speaker,
who has a casting vote), which would still have two vacant
seats -- Maski and R R Nagar.
In the assembly with the current strength of 208 after
the disqualifications, the BJP has 105 MLAs (including an
independent), the Congress 66 and the JD(S) has 34 MLAs. There
is also one BSP member, a nominated member and the Speaker.
Thirteen of the disqualified MLAs have been fielded by
the BJP after they joined the party last month following the
Supreme Court allowing them to contest the bypolls.
During the campaign, the BJP sought votes for
"stability", while the Congress and JD(S) urged the electorate
to defeat the disqualified legislators responsible for the
collapse of their coalition government in July.
Among 15 constituencies going to the bypolls, 12 were
held by Congress and three by JD(S).
BJP has fielded 13 of the 16 disqualified legislators as
its candidates from their respective constituencies from where
they had won in the 2018 assembly elections on Congress and
JDS tickets.
A total number of 165 candidates -- 156 men and 9 women
-- are in the fray.
Among the major political parties, while BJP and
Congress are contesting all the 15 seats while the JD(S) has
fielded candidates in 12.
The going to bypolls are: Athani, Kagwad, Gokak,
Yellapur, Hirekerur, Ranibennur, Vijayanagar, Chikballapur, KR
Puram, Yeshwanthpur, Mahalakshmi Layout, Shivajinagar,
Hoskote, KR Pet and Hunsur.
Speculations are rife about Congress and JD(S) not being
averse to joining hands once again to form a coalition
government in case the BJP fails to garner the required number
of seats to stay in majority.
Political parties and officials were of the view that
there is a general feeling among public at large against the
bypolls and political developments that led to it and this
might affect the turnout.
In any by-election voter turn out will be low, it is
not surprising but it cannot be said it will affect or
benefit any particular party, because, if the turnout is low,
across the constituencies it will be low, a senior BJP
functionary said.
A senior Congress office-bearer too said the voter turn
out was expected to be low according to the party's internal
analysis.
However, he said, despite low voter turn out, it would be
advantage Congress as most of those who will come to vote this
time will be those who want to defeat the disqualified.
The voice and sentiments are against the disqualified,
so it will benefit us," he claimed.
He also said there were chances of core BJP supporters
'displeased' with tickets being given to outsiders (the
disqualified MLAs) staying away from mobilising voters and
this would also help the Congress.
Chief Minister B S Yediyurappa has urged the voters to
come out and vote in large numbers as it was their right.
Only if there is 80-85 per cent voter turnout it will
give a meaning to democratic system. As there is holiday in 15
constituencies going for polls, I request the electorate to
come out and vote, he said.
The Election Commission and police have made elaborate
arrangements for the smooth conduct of the bypolls in all the
15 constituencies.
According to election officials, a total of 37,77,970
electors, including 18,42,027 women, are eligible to cast
their votes in 4,185 polling stations in the bypolls. There
are also 4,711 service voters.
Out of total 42,509 personnel deployed for election
management, 19,299 are polling personnel. As many as 11,241
personnel from state police and 2,511 Central Armed Police
Forces (CAPF) would be on security duty.
Polling officials said 884 polling stations have been
marked critical and 414 stations will be manned by CAPF.
The bypolls were earlier slated for October 21, but the
EC had deferred them to December 5 after the apex court
decided to hear the petitions of the disqualified MLAs.         PTI
KSU
VS
VS
12041952
NNNN
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.