ETV Bharat / bharat

আই.এম.এ কেলেংকাৰীৰ তিনিজন আৰক্ষী বিষয়াক নিলম্বন - এম.ৰমেশ

কৰ্ণাটকৰ পাঁচ গৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল ৷ IMA কেলেংকাৰীৰ তিনিগৰাকী বিষয়াক চাকৰীৰ পৰা নিলম্বন কৰে চৰকাৰে ৷

Karnataka govt suspends 3 police officers
আই.এম.এ কেলেংকাৰীৰ তিনিজন আৰক্ষী বিষয়াক নিলম্বন
author img

By

Published : Oct 20, 2020, 12:50 PM IST

নেশ্য়নেল ডেস্ক : IMA কেলেংকাৰীৰ নতুন মোৰ,CBIৰ তদন্তৰ দুদিন পাছত কৰ্ণাটকৰ পাঁচ গৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰা হৈছে ৷ ইতিমধ্যে তাৰে তিনি গৰাকী বিষয়াক চাকৰীৰ পৰা নিলম্বম কৰিছে ৷ ই.বি.শ্ৰীধৰা,এম.ৰমেশক সমগ্ৰ বিষয়তো তদন্ত কৰাৰ দায়িত্ব অৰ্পণ কৰিছে ৷

প্ৰায় 4,000 কোটি টকীয়া এই কেলেংকাৰীত বহু উচ্চপদস্থ বিষয়াৰ নাম তালিকাভুক্ত হ'ব বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ সমগ্ৰ বিষয়তো সন্দৰ্ভত CBI য়ে নিজাববীয়াকৈ চাৰিটা গোচৰ ৰুজু কৰিছে ৷

লগতে পঢ়ক:বেলুচিস্তানৰ নাগৰিকৰ ওপৰত হোৱা অত্যাচাৰৰ বাবে দায়ী কোন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.