ETV Bharat / bharat

জে এন ইউৰ পৰা বেগুচৰাইঃ ছাত্ৰ ৰাজনীতিৰ পৰা সংসদীয় ৰাজনীতিত কানহাইয়া

author img

By

Published : Mar 25, 2019, 6:10 AM IST

Updated : Mar 25, 2019, 7:23 AM IST

বিহাৰত ৰাষ্ট্ৰীয় জনতা দল আৰু কংগ্ৰেছসহ অন্য বিৰোধী দলৰ মহাজোঁটবন্ধনত চি পি আই অন্তৰ্ভুক্ত নোহোৱাৰ পাচতে দলটোৱে কানহাইয়া কুমাৰক দলটোৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে ৷ চি পি আইৰ মহাসচিব এচ সুধাকৰ ৰেড্ডীয়ে দেওবাৰে প্ৰকাশ কৰা প্ৰাৰ্থী তালিকাত কানহাইয়া কুমাৰৰ নাম অন্তৰ্ভুক্ত কৰা হয় ৷

কান্থায়া কুমাৰক চি পি আইৰ প্ৰাৰ্থীত্ব

নিউজ ডেস্ক, 24 মাৰ্চ : চি পি আইৰ হৈ বিহাৰৰ বেগুচৰাইৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ছাত্ৰ নেতা কানহাইয়া কুমাৰে ৷ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিজনলৈ প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ তথ্য দলটোৰ তৰফৰ ইতিমধ্যে সদৰী কৰা হৈছে।

বিহাৰত ৰাষ্ট্ৰীয় জনতা দল আৰু কংগ্ৰেছসহ অন্য বিৰোধী দলৰ মহাজোঁটবন্ধনত চি পি আই অন্তৰ্ভুক্ত নোহোৱাৰ পাচতে দলটোৱে কানহাইয়াকুমাৰক দলটোৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে ৷ চি পি আইৰ মহাসচিব এচ সুধাকৰ ৰেড্ডীয়ে দেওবাৰে প্ৰকাশ কৰা প্ৰাৰ্থী তালিকাত কানহাইয়া কুমাৰৰনাম অন্তৰ্ভুক্ত কৰা হয় ৷

পূৰ্বতে বিহাৰৰ বেগুচৰাই সংসদীয় সমষ্টি বামপন্থী দলৰ বিশেষকৈ চি পি আইৰ দুৰ্গ হিচাপে পৰিচিত আছিল ৷ সমষ্টিটোৰ পৰা কেইবাবাৰো চি পি আইৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিছে ৷ কিন্তু পৰৱৰ্তী সময়ছোৱাত সমষ্টিটোত দলটোৰ প্ৰভাৱ হ্ৰাস পোৱা দেখিবলৈ পোৱা যায় ৷ বিগত কিছুদিন ধৰি ৰাষ্ট্ৰীয় জনতা দল আৰু অন্যান্য দলসমূহৰ মিত্ৰজোঁটৰ তৰফৰ পৰা কানহায়া কুমাৰেপ্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি আশা কৰা হৈছিল যদিও অৱশেষত কানহাইয়া কুমাৰকদলটোৰ প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে আৰ জে ডিয়ে৷

উল্লেখযোগ্য যে শুকুৰবাৰে ৰাষ্ট্ৰীয় জনতা দল আৰু কংগ্ৰেছসহ অন্য কেইবাটাও বিৰোধী দলে মহাজোঁটবন্ধনৰ কথা ঘোষণা কৰে ৷

KANHAIYA KUMAR TO CONTEST AS CPI CANDIDATE FROM BEGUSARAI

বেগুচৰাইৰ পৰা চি পি আই ৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াব কানহায়া কুমাৰে 

নিউজ ডেস্ক, 24 মাৰ্চ : বাউপন্থি দল সমূহৰ লগত মহাজুটৰ সম্ভাৱনা বিফল হোৱাৰ পিচতেই  বেগুচৰাইৰ পৰা চি পি আই ৰ হৈ কানহায়া কুমাৰে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ কথা নিশ্চিত কৰিলে দলটোৱে ৷ জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি আছিল  কানহায়া কুমাৰ৷ 

চি পি আই  নেতা চুৰাৱাৰাম সুধাকৰ ৰেড্ডিয়ে এই কথাৰ পুষ্টি কৰে ৷ তেওঁ বেগুচৰাইত বি জে পি নেতা গিৰিৰাজক প্ৰতিদ্বন্দিতা আগবঢ়াব ৷ 
kumar_jan24_xIGVaIi.jpg
Last Updated : Mar 25, 2019, 7:23 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.