ETV Bharat / bharat

ভগ্নী ৰংগোলীৰ সৈতে কংগনাৰ সিদ্ধিবিনায়ক মন্দিৰ দৰ্শন - থালাইভা ছবিৰ দৃশ্যগ্ৰহণ

মঙলবাৰে ৰাতিপুৱা সিদ্ধিবিনায়ক মন্দিৰত দেখিবলৈ পোৱা গ'ল অভিনেত্ৰী কংগনা ৰানাৱাটক ৷ ভগ্নী ৰংগোলীৰ সৈতে পংগা ছবিৰ নায়িকা গৰাকীক মন্দিৰত দেখিবলৈ পোৱা গ'ল ৷ তেওঁৰ আহিব লগীয়া ছবি থালাইভিৰ দৃশ্যগ্ৰহণ শেষ হোৱাৰ পাছত অভিনেত্ৰী গৰাকী মুম্বাইলৈ উভটি আহিছে ৷

kangana at siddhivinayaka
ভগ্নী ৰংগোলীৰ সৈতে কংগনাৰ সিদ্ধিবিনায়ক মন্দিৰ দৰ্শন
author img

By

Published : Dec 29, 2020, 1:15 PM IST

চিটাৰা ডেস্ক, 29 ডিচেম্বৰ: মঙলবাৰে ৰাতিপুৱা কংগনা ৰানাৱটে মুম্বাইত সিদ্ধি বিনায়ক মন্দিৰ দৰ্শন কৰে ৷ ভগ্নী ৰংগোলীৰ সৈতে কংগনাই মন্দিৰ দৰ্শন কৰে ৷ আহিব লগীয়া ছবি থালাইভিৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰি মানালিত সময় কটাই থকা পংগা ছবিৰ অভিনেত্ৰী গৰাকী অলপতে মুম্বাইলৈ উভতি আহিছে ৷

উল্লেখ্য যে বিভন্ন বিতৰ্কৰ আৱৰ্তত সোমাই পৰা অভিনেত্ৰী গৰাকীয়ে শেহতীয়াকৈ বিকিনি পৰিধান কৰি এখন ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ পাচতেই তীব্ৰ সমালোচনাৰ সন্মুখীন হ'ব লগীয়া হৈছিল ৷ অৱশ্যে সামাজিক মাধ্যমতে অভিনেত্ৰী গৰাকীয়ে তেওঁৰ সমালোচক সকলক তীব্ৰ ভাষাৰে প্ৰত্যুত্তৰ দিয়ে ৷

শেহতীয়াকৈ থালাইভা ছবিৰ দৃশ্যগ্ৰহণত ব্যস্ত থকা অভিনেত্ৰী গৰাকীৰ অন্য দুখন ছবি 'ধাকড়' আৰু দেশভক্তিমূলক ছবি 'তেজস্ব' মুক্তিৰ অপেক্ষাত আছে ।

লগতে পঢ়ক:কংগনাৰ পৰিৱৰ্তিত ব্যক্তিত্ব সন্দৰ্ভত মুখ খুলিছে অনুৰাগ বাসুৱে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.