নেশ্বনেল ডেস্ক, 26 জুলাই : 49 জনকৈ ব্যক্তিয়ে 'গণ প্ৰহাৰ' সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰি এখন চিঠি লিখাৰ কিছু দিন পাছতে এই কাৰ্যৰ বিৰোধিতা কৰি আন এখন চিঠি প্ৰেৰণ কৰিছে 61 জনকৈ গণ্য মান্য ব্যক্তিয়ে ৷ এই সকলৰ ভিতৰত উল্লেখযোগ্য হ'ল কংগনা ৰাণাৱট, প্ৰসুন জোছী, শাস্ত্ৰীয় নৃত্যশিল্পী তথা সাংসদ ছোনাল মানসিং, মধুৰ ভাণ্ডাৰকাৰকে আদি কৰি বহুকেইজন প্ৰখ্যাত ব্যক্তি ৷
গণ প্ৰহাৰ সন্দৰ্ভত অ'পেন লেটাৰক লৈ প্ৰতিক্ৰিয়া এই চিঠিখনত প্ৰখ্যাত ব্যক্তিসকলে উল্লেখ কৰে যে, চলিত বৰ্ষৰ 23 জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সম্বোধন কৰি লিখা চিঠি খনে সকলোকে আচৰিত কৰি তুলিছে ৷ 49 জনকৈ দেশৰ স্বঘোষিত অভিভাৱকে পক্ষপাতিত্বমূলক ৰাজনীতি প্ৰদৰ্শন কৰিছে বুলিও চিঠি খনত মন্তব্য কৰা হয় ৷
গণ প্ৰহাৰক জামিন বিহীন অপৰাধ হিচাপে ঘোষণা কৰিবলৈ আহ্বান জনাই এই বিখ্যাত ব্যক্তি সকলে ৷ এই সন্দৰ্ভত কংগনাই মন্তব্য কৰে যে, কিছু সংখ্যক লোকে তেওঁলোকৰ পদৰ অপ - ব্যৱহাৰ কৰাৰ লগতে চৰকাৰক ভুল প্ৰমাণিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ যিখন চৰকাৰৰ দিনত সকলো দিশে ঠিক চলি আছে সেই চৰকাৰক ভুল সজোৱাৰ প্ৰচেষ্টা এইয়া বুলি মন্তব্য কৰে বলীউদ অভিনেত্ৰী গৰাকীয়ে ৷
Intro:Body:
Bollywood actor Kangana Ranaut and lyricist Prasoon Joshi are among 61 personalities who have written an open letter against 'selective outrage and false narratives'.
Mumbai: 61 personalities including actor Kangana Ranaut, lyricist Prasoon Joshi, classical dancer and MP Sonal Mansingh, instrumentalist Pandit Vishwa, Mohan Bhatt, filmmakers Madhur Bhandarkar and Vivek Agnihotri wrote an open letter against 'selective outrage and false narratives'.
"An open letter which has been published on July 23 2019, and addressed to Prime Minister Shri Narendra Modi has astonished us. Forty nine self-styled 'guardians' and conscience keepers' of the nation... have expressed selective concern and demonstrated a clear political bias and motive," the letter reads.
"Some people are misusing their position to generate a false narrative that under this Govt things are going wrong, whereas for first-time things are going in the right direction," said Kangana in an official statement.
The actor also said that those who disagree with the will of the large quarter of society have no respect for democracy.
"We are a part of a major shift, things are changing for the betterment of the nation and few people are rattled by this. Common people have chosen their leaders, ones who disregard people's will are the ones who have no respect or consideration for democracy," the National Award-winning actor further added.
CBFC chairperson Prasoon accused the 49 personalities who wrote PM expressing their concerns over the growing the cases of lynching in India, of creating a "false narrative".
"They (49 people who wrote to PM Modi) seem hell-bent to portray that there is deliberate wrongdoing prevalent- thereby dishonestly creating a false narrative," said Joshi.
Conclusion: