নেশ্যনেল ডেক্স,12 জানুৱাৰীঃ জামিয়া বিশ্ববিদ্যালয়ত সংঘটিত হিংসাত্মক ঘটনাৰ পিছতেই বিগত এমাহে বন্ধ হৈ আছে কালিন্দী কুঞ্জ পথ ৷ ইয়াৰ মাজতেই দেওবাৰে পথ মুকলি কৰাৰ বাবে স্থানীয় লোকসকলে বাহিৰ কৰে তীব্ৰ প্ৰতিবাদী সমদল ৷ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লোক যাৰ ফলত প্ৰতিবাদকাৰী আৰু আৰু আৰক্ষীৰ মাজত কিছু বিবাদৰো সৃষ্টি হয় ৷
লগতে পঢ়ক-কেন্দ্ৰৰ সৈতে শান্তি আলোচনাৰ অৰ্থে ভাৰতত প্ৰৱেশ এনডিএফবি(এছ)ৰ