ETV Bharat / bharat

জনপ্ৰিয় বলিউড ছবি কবীৰ সিঙে সম্পূৰ্ণ কৰিলে ১ বছৰ

author img

By

Published : Jun 22, 2020, 10:40 AM IST

বলিউড অভিনেতা ছাহিদ কাপুৰ আৰু কিয়াৰা আদৱাণী অভিনীত "কবীৰ সিং"য়ে দেওবাৰে সম্পূৰ্ণ কৰিলে ১ বছৰ । ছবিখৰৰ জৰিয়তে অনুৰাগী তথা দৰ্শকৰ পৰা লাভ কৰা মৰম আৰু আশীৰ্বাদৰ বাবে ছ'চিয়েল মিডিয়াযোগে ধন্যবাদ জ্ঞাপন কৰে অভিনেতা গৰাকীয়ে ।

কবীৰ সিং
জনপ্ৰিয় বলিউড ছবি কবীৰ সিঙে সম্পূৰ্ণ কৰিলে ১ বছৰ

নিউজ ডেস্ক, ২২ জুনঃ দেওবাৰে ১ বছৰ সম্পূৰ্ণ কৰিলে বলিউড অভিনেতা ছাহিদ কাপুৰ অভিনীত ৰোমাণ্টিক তথা থ্ৰিলাৰ ছবি "কবীৰ সিং"য়ে। যাৰ বাবে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা ছাহিদ কাপুৰ আৰু অভিনেত্ৰী কিয়াৰা আদৱাণীয়ে ছ'চিয়েল মিডিয়াযোগে ধন্যবাদ জ্ঞাপন কৰে অনুৰাগীসকলক ।

আনহাতে,অভিনেতা ছাহিদ কাপুৰে ছবিখনৰ ১ বছৰ সম্পূৰ্ণ হোৱা সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে,"কবীৰ সিং" ছবিখন ছাহিদৰ বাবে এখন বিশেষ ছবি আছিল । অভিনেতা গৰাকীৰয়ে কবীৰ সিঙৰ চৰিত্ৰটোৰ জৰিয়তে অনুৰাগী তথা দৰ্শকৰ পৰা লাভ কৰা মৰম আশীৰ্বাদৰ বাবে ধন্যবাদ জনায়। এটা জটিল তথা পৰস্পৰ বিৰোধী চৰিত্ৰত অভিনয় কৰা পাচতো অভিনেতাজনক অনুৰাগীসকলে আঁকোৱালি লোৱাৰ বাবে ধন্যবাদ জনাই আগন্তুক দিনত এনেদৰে মৰম তথা আশীৰ্বাদ দি যাবলৈ মত প্ৰকাশ কৰে অভিনেতী গৰাকীয়ে ।

লগতে ৩৯ বছৰীয়া অভিনেতা ছাহিদ কাপুৰে ছবিখনত কৰা চৰিত্ৰটো বাস্তৱ জীৱনৰ সৈতে অনুৰাগী তথা দৰ্শকসকলক ৰিজাবলৈ বাধা প্ৰদান কৰাৰ লগতে সমাজ ব্যৱস্থাক লৈ ধনাত্মক চিন্তাধাৰা বিয়পাবলৈ অনুৰোধ জনাই ছাহিদ কাপুৰে ।

লগতে পঢ়কঃ মিঠুন চক্ৰৱৰ্তীৰ পুত্ৰ নমসীয়ে বিলালে মাস্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.