ETV Bharat / bharat

নিৰ্ভয়া কাণ্ডঃ স্বস্তিৰ নিশ্বাস নিৰ্ভয়াৰ হকে মাত মাতি অহা জনসাধৰণৰ - নিৰ্ভয়া কাণ্ডঃ স্বস্তিৰ নিশ্বাস নিৰ্ভয়াৰ হকে মাত মাতি অহা জনসাধৰণৰ

নিৰ্ভয়া কাণ্ডত জড়িত অপৰাধীৰ চৰম শাস্তিৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে সমগ্ৰ দেশবাসী ৷ নিৰ্ভয়াৰ হকে মাত মাতি অহা জনসাধৰণে অৱশেষত স্বস্তিৰ নিশ্বাস পেলাৱ 20 মাৰ্চত ৷

নিৰ্ভয়া কাণ্ড
নিৰ্ভয়া কাণ্ডঃ স্বস্তিৰ নিশ্বাস নিৰ্ভয়াৰ হকে মাত মাতি অহা জনসাধৰণৰ
author img

By

Published : Mar 19, 2020, 11:13 PM IST

নিউজ ডেস্ক, 19 মাৰ্চঃ সমগ্ৰ ৰাষ্ট্ৰ কপাই যোৱা নিৰ্ভয়া কাণ্ডত জড়িত অপৰাধীৰ চৰম শাস্তিৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে সমগ্ৰ দেশবাসী ৷ দিল্লীৰ চলন্ত বাছত দলবদ্ব ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাই জোকাৰি গৈছিল ৰাজধানী দিল্লীকে ধৰি সমগ্ৰ দেশকে ৷ নিৰ্ভয়াৰ ন্যায়ৰ দাবীত ৰাজপথ উত্তাল হৈ পৰাৰ সময়তো অপৰাধীয়ে লাভ কৰিছিল সকলো আইনী সুবিধা৷ আইনৰ গইনা লৈ সুদীৰ্ঘ সময় ধৰি মৃত্যুদণ্ডৰ পৰা সাময়িকভাৱে ৰেহাই পাই থকা অপৰাধীৰ অৱশেষত তিহাৰ কাৰাগাৰত চৰম শাস্তি বিহা হ'ব ৷ নিৰ্ভয়াৰ হকে মাত মাতি অহা জনসাধৰণে অৱশেষত স্বস্তিৰ নিশ্বাস পেলাৱ ৷

নিৰ্ভয়া কাণ্ডঃ স্বস্তিৰ নিশ্বাস নিৰ্ভয়াৰ হকে মাত মাতি অহা জনসাধৰণৰ

আৰু পঢ়কঃ ব্ৰইলাৰ কমিল, বাঢ়িল লোকেলৰ দাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.