ETV Bharat / bharat

কিয় বিখ্যাত "Joseph burn in grace" শীৰ্ষক চিনেমাখন ?

author img

By

Published : Oct 27, 2020, 5:23 PM IST

" Joseph burn in grace " শীৰ্ষক চিনেমাখনে ইতিমধ্যে ৬ টা আন্তৰ্জাতিক পুৰস্কাৰ লাভ কৰে, যাক অস্কাৰত দীঘলীয়া তালিকাভুক্ত কৰা হৈছিল আৰু ১১ টা চলচ্চিত্ৰ মহোৎসৱত উপস্থাপন কৰা হৈছিল আৰু ১০ বাৰকৈ মনোনয়নৰ বাবে বাচনি কৰা হৈছিল । ছবিখনৰ শ্বুটিং উত্তৰাখণ্ডৰ পাদদেশৰ ৰাণীখেতত কৰা হৈছিল আৰু 22 দিনত এই ছবিৰ শ্বুটিং সম্পূৰ্ণ কৰা হৈছিল ৷

joseph-burn-in-grace-a-hindi-film-directed-and-sponsored-by-odias
কিয় বিখ্যাত " Joseph burn in grace " শীৰ্ষক চিনেমাখন ?

নিউজ ডেস্ক, 27 অক্টোবৰ: "Joseph burn in grace" শীৰ্ষক হিন্দী ভাষাৰ চিনেমাখন পৰিচালনা কৰে প্ৰবীঁণ ছবি পৰিচালক সুশান্ত মিশ্ৰই ৷ উক্ত ছবিখনৰ প্ৰযোজক অশোক মহাপাত্ৰৰ পিতৃৰ জীৱনত সংঘটিত প্ৰকৃত ঘটনাৰ আধাৰত নিৰ্মাণ কৰা হয় চিনেমাখন ৷ ছবিখনৰ মূল কাহিনী প্ৰয়াত উমাকান্ত মহাপাত্ৰই লিখা এটি গল্প, যত তেওঁ 90 ৰ দশকত অৰুণাচল প্ৰদেশত কৰ্মৰত হৈ থকা সময়ৰ ঘটনাৰ আধাৰত লিখিছিল ৷ আৰু পিতৃৰ সেই স্মৃতিক সজীৱ কৰিবলৈকে অশোক মহাপাত্ৰই "Joseph burn in grace" শীৰ্ষক চিনেমাখন নিৰ্মাণ কৰিছিল ৷

চিনেমাখনে ইতিমধ্যে ৬ টা আন্তৰ্জাতিক পুৰস্কাৰ লাভ কৰে, যাক অস্কাৰত দীঘলীয়া তালিকাভুক্ত কৰা হৈছিল আৰু ১১ টা চলচ্চিত্ৰ মহোৎসৱত উপস্থাপন কৰা হৈছিল আৰু ১০ বাৰকৈ মনোনয়নৰ বাবে বাচনি কৰা হৈছিল । ছবিখনৰ শ্বুটিং উত্তৰাখণ্ডৰ পাদদেশৰ ৰাণীখেতত কৰা হৈছিল আৰু 22 দিনত এই ছবিৰ শ্বুটিং সম্পূৰ্ণ কৰা হৈছিল ৷

লগতে পঢ়ক: বিহাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযান সমাপ্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.