ETV Bharat / bharat

মিছন কম্ৰজিপোৰা: এগৰাকী সন্ত্ৰাসবাদী নিহত

author img

By

Published : Aug 12, 2020, 1:07 PM IST

ৰাজ্যখনৰ পুলৱামাৰ কম্ৰজিপোৰাত চলা এক অভিযানত নিহত হৈছে এগৰাকী সন্ত্ৰাসবাদী ৷ মৃত সন্ত্ৰাসবাদী গৰাকীৰ পৰা উদ্ধাৰ হৈছে গ্ৰেনেডৰ উপৰিও যুদ্ধত ব্যৱহৃত বিভিন্ন সামগ্ৰী ৷ এই মুহুৰ্ত পৰ্যন্ত অব্যাহত আছে অভিযান ৷

joint operation of Army Police Kamrazipora underway in Budgam Etv bharat news
মিছন কম্ৰজিপোৰা

বাদগাম,12 আগষ্ট: মঙলবাৰে সন্ধিয়া জম্মু-কাশ্মীৰ আৰক্ষী আৰু ভাৰতীয় সেনাবাহিনীয়ে বাদগাম এলেকাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক যুটীয়া অভিযান চলায় ৷ এক গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত এই অভিযান চলাইছিল আৰক্ষী-সেনাবাহিনীয়ে ৷ এই অভিযান সম্পৰ্কে ভাৰতীয় সেনাই টুইটযোগে প্ৰকাশ কৰিছে ৷

বিগত 9 আগষ্টত জম্মু-কাশ্মীৰৰ কুলগাম জিলাত সন্ত্ৰাসবাদী আৰু সীমা সুৰক্ষা বাহিনীৰ মাজত এক মুখামুখি সংঘৰ্ষ হৈছিল ৷ আৰক্ষীৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা অনুসৰি,সুৰক্ষা বাহিনীয়ে দক্ষিণ কাশ্মীৰ জিলাৰ সীঘনপোৰা এলেকাত এক তীব্ৰ অভিযান চলাই সন্ত্ৰাসবাদী কেইগৰাকীৰ স্থিতি সম্পৰ্কে জ্ঞাত হৈছিল ৷

লগতে চাওকঃ কৰ্ণাটক : বাছত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈ 5 জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.