ETV Bharat / bharat

ঝাৰখণ্ডৰ ঝাৰিয়া দেশৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত চহৰ

ঝাৰখণ্ডৰ ঝাৰিয়া দেশৰ ভিতৰতে প্ৰদূষিত চহৰ হিচাপে পৰিগণিত ৷ আনহাতে মিজোৰামৰ লুংগলেই চহৰ দেশৰ ভিতৰতে কম প্ৰদূষিত চহৰৰূপে পৰিগণিত ৷

author img

By

Published : Jan 21, 2020, 10:56 PM IST

Jharkhand's Jharia most polluted city in India: Report
ঝাৰখণ্ডৰ ঝাৰিয়া দেশৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত চহৰ

নেশ্যনেল ডেস্ক, 21 জানুৱাৰীঃ গ্ৰীণপীচ ইণ্ডিয়াই মঙলবাৰে সদৰী কৰা ৰিপ’ৰ্ট অনুসৰি ঝাৰখণ্ডৰ কয়লাঞ্চল ঝাৰিয়া দেশৰ ভিতৰতে প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে ৷ ইফালে প্ৰদূষণ হ্ৰাস কৰাৰ ক্ষেত্ৰত নতুন দিল্লী সামান্য উন্নত হোৱা বুলি প্ৰতিবেদনত প্ৰকাশ পায় ৷ উল্লেখ্য যে নতুন দিল্লী দেশৰ সৰ্বাধিক প্ৰদূষিত চহৰৰ ভিতৰত 10 নম্বৰ স্থানত আছে ৷

দেশৰ 287 খন চহৰৰ প্ৰথম 10 খনৰ ভিতৰত ঝাৰখণ্ডৰ ধানবাদক কয়লা ভাণ্ডাৰ আৰু উদ্যোগিক ক্ষেত্ৰৰ বাবে জনাজাত ৷ ধানবাদ চহৰখন দেশৰ দ্বিতীয় সৰ্বাধিক প্ৰদূষিত চহৰ ৰূপে পৰিগণিত হৈছে ৷ আনহাতে এই ৰিপ’ৰ্ট অনুসৰি মিজোৰামৰ লুংগলেই চহৰ দেশৰ ভিতৰতে কম প্ৰদূষিত চহৰৰূপে পৰিগণিত হৈছে ৷ মেঘালয়ৰ ডাউকি চহৰ দ্বিতীয় কম প্ৰদূষিত চহৰৰূপে পৰিগণিত হৈছে ৷

উল্লেখ্য যে দেশৰ শীৰ্ষ 10 খন প্ৰদূষিত চহৰৰ ভিতৰত কেৱল উত্তৰ প্ৰদেশৰে ছয়খন চহৰ অন্তৰ্ভুক্ত হৈছে ৷ ইয়াৰ ভিতৰত ন’য়ডা, গাজিয়াবাদ, বৰেলী, এলাহবাদ, মুৰাদাবাদ আৰু ফিৰোজাবাদ ৷

আৰু পঢ়কঃ1 জুনৰ পৰা ভাৰতত কাৰ্যকৰী হ’ব এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ডঃ পাছৱান

ZCZC
PRI GEN NAT
.NEWDELHI DEL32
POLLUTION-REPORT
Jharkhand's Jharia most polluted city in India: Report
          New Delhi, Jan 21 (PTI) Coal-belching Jharia in Jharkhand continues to be the most polluted city in India, while Delhi has made marginal improvement in reducing air pollution, according to a Greenpeace India report released on Tuesday.
          Delhi is the 10th-most polluted city in India. It was at the eighth spot a year ago.
          Jharkhand's Dhanbad, known for its rich coal reserves and industries, is the second-most polluted city in India, according to the report based on analysis of PM10 data from 287 cities across the country.
          Lunglei in Mizoram is the least polluted followed by Meghalaya's Dowki, according to the report.
          Six of the top-10 polluted cities are in Uttar Pradesh -- Noida, Ghaziabad, Bareilly, Allahabad, Moradabad and Firozabad. PTI GVS
SNE
01211428
NNNN
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.